ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
16 : 64

فَاتَّقُوا اللّٰهَ مَا اسْتَطَعْتُمْ وَاسْمَعُوْا وَاَطِیْعُوْا وَاَنْفِقُوْا خَیْرًا لِّاَنْفُسِكُمْ ؕ— وَمَنْ یُّوْقَ شُحَّ نَفْسِهٖ فَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟

আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি, যথাসম্ভৱ তেওঁৰ তাক্বৱা অৱলম্বন কৰা। শুনা তথা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা। লগতে আল্লাহে দিয়া ধন সৎ পথত ব্যয় কৰা। আল্লাহে যাক অন্তৰৰ লালসাৰ পৰা ৰক্ষা কৰে, দৰাচলতে তেওঁলোকেই নিজৰ বিচৰা উদ্দেশ্যত সাফল্যমণ্ডিত আৰু ভয়ৰ পৰা মুক্তিপ্ৰাপ্ত। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• مهمة الرسل التبليغ عن الله، وأما الهداية فهي بيد الله.
ৰাছুলসকলৰ দায়িত্ব হৈছে আল্লাহৰ সংবাদ পৌঁচাই দিয়া। আনহাতে হিদায়তৰ দায়িত্ব হৈছে আল্লাহৰ হাতত। info

• الإيمان بالقدر سبب للطمأنينة والهداية.
ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰাটো হৈছে সন্তুষ্টি তথা শান্তি লাভৰ উপায়। info

• التكليف في حدود المقدور للمكلَّف.
দায়িত্ব সিমানেই অৰ্পণ কৰা হয়, বান্দাৰ যিমান সহিব পৰা শক্তি আছে। info

• مضاعفة الثواب للمنفق في سبيل الله.
আল্লাহৰ পথত ব্যয়কাৰী ব্যক্তিক অধিক হাৰত চোৱাব প্ৰদান কৰা হয়। info