নূহ

ߝߐߘߊ ߟߊߢߌߣߌ߲ ߘߏ߫:
بيان منهج الدعوة للدعاة، من خلال قصة نوح.
নূহ আলাইহিচ্ছালামৰ ঘটনাৰ বৰ্ণনা কৰি দাঈসকলক (ধৰ্ম প্ৰচাৰকসকলক) দাৱাতৰ নীতি নিয়ম শিকাইছে। info

external-link copy
1 : 71

اِنَّاۤ اَرْسَلْنَا نُوْحًا اِلٰی قَوْمِهٖۤ اَنْ اَنْذِرْ قَوْمَكَ مِنْ قَبْلِ اَنْ یَّاْتِیَهُمْ عَذَابٌ اَلِیْمٌ ۟

আমি নূহ আলাইহিছ ছালামক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰিছিলো যাতে তেওঁ মানুহক আল্লাহৰ ফালে আহ্বান কৰে। শ্বিৰ্কৰ ফলত যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বেই তেওঁ যেন সিহঁতক সতৰ্ক কৰি দিয়ে। info
التفاسير: |
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• خطر الغفلة عن الآخرة.
পৰকাল সম্পৰ্কে অৱহেলাৰ ক্ষতি। info

• عبادة الله وتقواه سبب لغفران الذنوب.
আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা গুনাহ ক্ষমাৰ অন্যতম কাৰণ। info

• الاستمرار في الدعوة وتنويع أساليبها حق واجب على الدعاة.
আল্লাহৰ ফালে আহ্বানকাৰী সকলৰ বাবে জৰুৰী যে, নিজৰ কামৰ ধাৰাবাহিকতা বজাই ৰখা আৰু তাৰ বাবে বেলেগ বেলেগ কৌশল অৱলম্বন কৰা। info

নূহ