ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
27 : 75

وَقِیْلَ مَنْ ٚ— رَاقٍ ۟ۙ

আৰু মানুহে পৰস্পৰে কবঃ কোনে ইয়াৰ নিৰাময়ৰ বাবে জৰা- ফুকা কৰিব। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• خطر حب الدنيا والإعراض عن الآخرة.
পৃথিৱীৰ প্ৰতি মোহ আৰু আখিৰাতৰ পৰা মুখ ঘূৰাই লোৱাৰ ক্ষতি। info

• ثبوت الاختيار للإنسان، وهذا من تكريم الله له.
মানুহৰ স্বাধীনতাৰ প্ৰমাণ। দৰাচলতে এয়া আল্লাহৰ তৰফৰ পৰা মানুহৰ বাবে এক ডাঙৰ সন্মান। info

• النظر لوجه الله الكريم من أعظم النعيم.
আল্লাহৰ পবিত্ৰ মুখ মণ্ডলৰ দৰ্শন কৰাটো এক ডাঙৰ নিয়ামত। info