அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு

external-link copy
43 : 22

وَقَوْمُ اِبْرٰهِیْمَ وَقَوْمُ لُوْطٍ ۟ۙ

ইব্ৰাহীমৰ সম্প্ৰদায়ে ইব্ৰাহীম আলাইহিচ্ছালামক আৰু লূতৰ সম্প্ৰদায়ে লূত আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল। info
التفاسير:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• إثبات صفتي القوة والعزة لله.
শক্তি আৰু সন্মান, আল্লাহৰ এই দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ’ল। info

• إثبات مشروعية الجهاد؛ للحفاظ على مواطن العبادة.
ইবাদতৰ স্থানক সুৰক্ষা প্ৰদান কৰিবলৈ যুদ্ধ কৰাৰ প্ৰমাণ। info

• إقامة الدين سبب لنصر الله لعبيده المؤمنين.
নিয়মিতভাৱে ধৰ্ম পালন কৰিলে আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে। info

• عمى القلوب مانع من الاعتبار بآيات الله.
অন্তৰৰ অন্ধতাই আল্লাহৰ আয়াতসমূহৰ পৰা শিক্ষা গ্ৰহণ কৰাত বাধা প্ৰদান কৰে। info