Check out the new design

அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு * - மொழிபெயர்ப்பு அட்டவணை


மொழிபெயர்ப்பு வசனம்: (58) அத்தியாயம்: அல்ஹஜ்
وَالَّذِیْنَ هَاجَرُوْا فِیْ سَبِیْلِ اللّٰهِ ثُمَّ قُتِلُوْۤا اَوْ مَاتُوْا لَیَرْزُقَنَّهُمُ اللّٰهُ رِزْقًا حَسَنًا ؕ— وَاِنَّ اللّٰهَ لَهُوَ خَیْرُ الرّٰزِقِیْنَ ۟
যিসকল লোকে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে আৰু তেওঁৰ দ্বীনক শক্তিশালী কৰাৰ বাবে নিজৰ ঘৰ-দুৱাৰ আৰু মাতৃভূমি ত্যাগ কৰিছে, লগতে তেওঁৰ পথত যুদ্ধ কৰি শ্বহীদ হৈছে অথবা মৃত্যুবৰণ কৰিছে, সেইসকল লোকক আল্লাহে জান্নাতত নিৰবিচ্ছিন্ন উত্তম জীৱিকা প্ৰদান কৰিব। নিশ্চয় আল্লাহেই উত্তম জীৱিকা প্ৰদানকাৰী।
அரபு விரிவுரைகள்:
இப்பக்கத்தின் வசனங்களிலுள்ள பயன்கள்:
• مكانة الهجرة في الإسلام وبيان فضلها.
ইছলামত হিজৰতৰ মহত্ব আৰু ইয়াৰ শ্ৰেষ্ঠতা।

• جواز العقاب بالمثل.
প্ৰতিশোধ গ্ৰহণ কৰাৰ প্ৰমাণ।

• نصر الله للمُعْتَدَى عليه يكون في الدنيا أو الآخرة.
নিৰ্যাতিত ব্যক্তিক আল্লাহে পৃথিৱী অথবা আখিৰাতত নিশ্চয় সহায় কৰিব।

• إثبات الصفات العُلَا لله بما يليق بجلاله؛ كالعلم والسمع والبصر والعلو.
জ্ঞান, শ্ৰৱণ, দৃষ্টি আৰু সুউচ্চ আদি বৈশিষ্ট্য আল্লাহৰ আছে বুলি প্ৰমাণ পোৱা গ'ল। সকলো প্ৰকাৰ উচ্চ বৈশিষ্ট্যসমূহ একমাত্ৰ আল্লাহৰ বাবেই, তেওঁৰ ক্ষেত্ৰত সেইদৰেই প্ৰযোজ্য, যিদৰে তেওঁৰ বাবে উপযুক্ত।

 
மொழிபெயர்ப்பு வசனம்: (58) அத்தியாயம்: அல்ஹஜ்
அத்தியாயங்களின் அட்டவணை பக்க எண்
 
அல்குர்ஆன் மொழிபெயர்ப்பு - அல்முக்தஸர் பீ தப்ஸீரில் குர்ஆனில் கரீமுக்கான அசாம் மொழிபெயர்ப்பு - மொழிபெயர்ப்பு அட்டவணை

வெளியீடு அல்குர்ஆன் ஆய்வுகளுக்கான தப்ஸீர் மையம்

மூடுக