قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
37 : 12

قَالَ لَا یَاْتِیْكُمَا طَعَامٌ تُرْزَقٰنِهٖۤ اِلَّا نَبَّاْتُكُمَا بِتَاْوِیْلِهٖ قَبْلَ اَنْ یَّاْتِیَكُمَا ؕ— ذٰلِكُمَا مِمَّا عَلَّمَنِیْ رَبِّیْ ؕ— اِنِّیْ تَرَكْتُ مِلَّةَ قَوْمٍ لَّا یُؤْمِنُوْنَ بِاللّٰهِ وَهُمْ بِالْاٰخِرَةِ هُمْ كٰفِرُوْنَ ۟

ইউছুফ আলাইহিচ্ছালামে ক'লেঃ শুনা! ৰজা তথা কৰ্তৃপক্ষৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ পানাহাৰ অহাৰ পূৰ্বেই মই তোমালোক দুয়োকে ইয়াৰ ব্যাখ্যা বৰ্ণনা কৰিম। এই দুয়োটা সপোনৰ ব্যাখ্যা মই জানো, যিটো মোৰ প্ৰতিপালকে মোক শিকাইছে। এয়া কোনো ভৱিষ্যদ্বক্তাৰ দাবী তথা জ্যোতিষীবিদ্যা নহয়। শুনা! নিশ্চয় মই সেইসকল লোকৰ ধৰ্ম পৰিত্যাগ কৰিছো, যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে। আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে। info
التفاسير: |
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• بيان جمال يوسف عليه السلام الذي كان سبب افتتان النساء به.
ইউছুফ আলাইহিছ ছালামৰ সৌন্দৰ্যৰ বৰ্ণনা, যাৰ ফলত চহৰৰ নাৰীসকল তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। info

• إيثار يوسف عليه السلام السجن على معصية الله.
ইউছুফ আলাইহিছ ছালামে আল্লাহৰ অবাধ্যতাৰ বিপৰীতে কাৰাগাৰক প্ৰাধান্য দিয়াৰ বৰ্ণনা। info

• من تدبير الله ليوسف عليه السلام ولطفه به تعليمه تأويل الرؤى وجعلها سببًا لخروجه من بلاء السجن.
ইউছুফৰ প্ৰতি আল্লাহৰ বিশেষ সুবিধা প্ৰদান তথা কৃপা এই যে, তেওঁ ইউছুফক সপোনৰ ব্যাখ্যা শিকাইছিল, লগতে ইয়াক কাৰাগাৰৰ পৰা মুক্তিৰ উপায় বনাই দিছিল। info