قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - تەرجىمىلەر مۇندەرىجىسى


مەنالار تەرجىمىسى ئايەت: (4) سۈرە: سۈرە ھەج
كُتِبَ عَلَیْهِ اَنَّهٗ مَنْ تَوَلَّاهُ فَاَنَّهٗ یُضِلُّهٗ وَیَهْدِیْهِ اِلٰی عَذَابِ السَّعِیْرِ ۟
জ্বিন আৰু মানুহৰ মাজত থকা বিদ্ৰোহী চয়তানসকলৰ লগত যিয়ে সম্পৰ্ক স্থাপন কৰিব, এই কথা লিখি দিয়া হৈছে যে, যিয়ে এইসকলৰ অনুসৰণ কৰিব আৰু সত্য বুলি মানিব, সিহঁতে তাক নিশ্চয় সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিব, লগতে কুফৰ তথা গুনাহৰ পথত পৰিচালিত কৰি জাহান্নামৰ পিনে আগুৱাই লৈ যাব।
ئەرەپچە تەپسىرلەر:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• وجوب الاستعداد ليوم القيامة بزاد التقوى.
কিয়ামত দিৱসৰ বাবে তাক্বৱাৰ সম্বল প্ৰস্তুত কৰা অত্যন্ত জৰুৰী।

• شدة أهوال القيامة حيث تنسى المرضعة طفلها وتسقط الحامل حملها وتذهب عقول الناس.
কিয়ামত দিৱসৰ পৰিস্থিতি ইমান ভয়াৱহ হ'ব যে,সেইদিনা পিয়াহ খুউৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব,আৰু গৰ্ভৱতীয়ে ভয়তে নিজৰ গৰ্ভপাত কৰিব আৰু মানুহে নিচাগ্ৰস্ত ব্যক্তিৰ দৰে বিবেক-বুদ্ধি হেৰুৱাই পেলাব।

• التدرج في الخلق سُنَّة إلهية.
পৰ্যায়ক্ৰমে সৃষ্টি কৰাটো আল্লাহৰ সাধাৰণ নিয়ম।

• دلالة الخلق الأول على إمكان البعث.
প্ৰথমবাৰ সৃষ্টি কৰাটোৱে প্ৰমাণ কৰে যে, তেওঁ পুনৰ সৃষ্টি কৰিবলৈ সক্ষম

• ظاهرة المطر وما يتبعها من إنبات الأرض دليل ملموس على بعث الأموات.
আকাশৰ পৰা পানী বৰ্ষণ কৰি উদ্ভিদ আদিৰে পৃথিৱীক সেউজীয়া কৰাটো, মৃত ব্যক্তিক পুনৰুত্থিত কৰাৰ স্পষ্ট প্ৰমাণ।

 
مەنالار تەرجىمىسى ئايەت: (4) سۈرە: سۈرە ھەج
سۈرە مۇندەرىجىسى بەت نومۇرى
 
قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - تەرجىمىلەر مۇندەرىجىسى

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

تاقاش