Check out the new design

قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى * - تەرجىمىلەر مۇندەرىجىسى


مەنالار تەرجىمىسى ئايەت: (36) سۈرە: نۇر
فِیْ بُیُوْتٍ اَذِنَ اللّٰهُ اَنْ تُرْفَعَ وَیُذْكَرَ فِیْهَا اسْمُهٗ ۙ— یُسَبِّحُ لَهٗ فِیْهَا بِالْغُدُوِّ وَالْاٰصَالِ ۟ۙ
এই প্ৰদীপটো মছজিদত প্ৰজ্জ্বলিত কৰা হয়, যাৰ ভিত্তি আৰু মৰ্যাদা সমন্নুত কৰাৰ নিৰ্দেশ আল্লাহে প্ৰদান কৰিছে। সেই মছজিদসমূহত আজান, জিকৰ আৰু চালাতৰ জৰিয়তে তেওঁক স্মৰণ কৰা হয়। লগতে তেওঁৰ সন্তুষ্টি অৰ্জন কৰিবলৈ পুৱা-গধূলি চালাত আদায় কৰা হয়।
ئەرەپچە تەپسىرلەر:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• الله عز وجل ضيق أسباب الرق (بالحرب) ووسع أسباب العتق وحض عليه .
আল্লাহে (যুদ্ধৰ জৰিয়তে) দাস প্ৰথাৰ মাধ্যমসমূহক সংকীৰ্ণতা প্ৰদান কৰিছে, আনহাতে দাস মুক্তিৰ উপায়সমূহ প্ৰশস্ত কৰি দিছে আৰু ইয়াৰ প্ৰেৰণা দিছে।

• التخلص من الرِّق عن طريق المكاتبة وإعانة الرقيق بالمال ليعتق حتى لا يشكل الرقيق طبقة مُسْتَرْذَلة تمتهن الفاحشة.
দাসত্বৰ পৰা মুক্তি পাবলৈ কিছু ধন নিৰ্ধাৰিত কৰা বৈধ, যাতে সমাজত দাসত্বৰ দৰে তিৰস্কৃত আৰু অপমানিত কোনো বৰ্গ গঢ়ি নুঠে, যি বৰ্গই অশ্লীলতা প্ৰচাৰ কৰে।

• قلب المؤمن نَيِّر بنور الفطرة، ونور الهداية الربانية.
মুমিনৰ হৃদয়, ফিতৰত (ইছলাম)ৰ নূৰ আৰু আল্লাহৰ হিদায়তৰ নূৰৰ দ্বাৰা আলোকিত হয়।

• المساجد بيوت الله في الأرض أنشأها ليعبد فيها، فيجب إبعادها عن الأقذار الحسية والمعنوية.
পৃথিৱীত মছজিদবোৰ হৈছে আল্লাহৰ ঘৰ, এইবোৰ নিৰ্মাণৰ উদ্দেশ্য হৈছে যাতে তাত তেওঁৰ ইবাদত কৰা হয়। গতিকে মছজিদবোৰক প্ৰকাশ্য অপ্ৰকাশ্য সকলো ধৰণৰ আৱৰ্জনাৰ পৰা পৰিস্কাৰ কৰি ৰখা জৰুৰী।

• من أسماء الله الحسنى (النور) وهو يتضمن صفة النور له سبحانه.
আল্লাহৰ সুন্দৰ নামবোৰৰ মাজত ‘নূৰ’ হৈছে তেওঁৰ অন্যতম এটা নাম। ইয়াৰ দ্বাৰা আল্লাহৰ বাবে নূৰৰ চিফাত প্ৰমাণিত হয়।

 
مەنالار تەرجىمىسى ئايەت: (36) سۈرە: نۇر
سۈرە مۇندەرىجىسى بەت نومۇرى
 
قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى - تەرجىمىلەر مۇندەرىجىسى

قۇرئان تەتقىقاتى تەپسىر مەركىزى چىقارغان.

تاقاش