قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
49 : 39

فَاِذَا مَسَّ الْاِنْسَانَ ضُرٌّ دَعَانَا ؗ— ثُمَّ اِذَا خَوَّلْنٰهُ نِعْمَةً مِّنَّا ۙ— قَالَ اِنَّمَاۤ اُوْتِیْتُهٗ عَلٰی عِلْمٍ ؕ— بَلْ هِیَ فِتْنَةٌ وَّلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟

কোনো কাফিৰ ব্যক্তি যেতিয়া কোনো বেমাৰ-আজাৰ অথবা দৰিদ্ৰতা আদিত আক্ৰান্ত হয়, তেতিয়া সি সেই বিপদ দূৰ কৰিবলৈ আমাৰ ওচৰত প্ৰাৰ্থনা কৰে। ইয়াৰ পিছত যেতিয়া আমি তাক সুস্বাস্থ্য আৰু ধন-সম্পদ আদি দান কৰোঁ, তেতিয়া সি কয়ঃ “আল্লাহে মোক এইবোৰ এইকাৰণে দান কৰিছে যে, মই এইবোৰৰ প্ৰকৃত উপযুক্ত”। দৰাচলতে এইটো হৈছে আল্লাহৰ ফালৰ পৰা পৰীক্ষা তথা অৱকাশহে। কিন্তু অধিকাংশ কাফিৰসকলেই এই বিষয়ে অৱগত নহয়। সেইকাৰণেই সিহঁতে আল্লাহৰ নিয়ামতসমূহকলৈ প্ৰবঞ্চিত। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• النعمة على الكافر استدراج.
কাফিৰসকলক প্ৰদান কৰা নিয়ামতসমূহ হৈছে প্ৰকৃততে একপ্ৰকাৰ অৱকাশ। info

• سعة رحمة الله بخلقه.
আল্লাহৰ ৰহমত সৃষ্টিজগতৰ প্ৰতি অতি প্ৰশস্ত। info

• الندم النافع هو ما كان في الدنيا، وتبعته توبة نصوح.
উপকাৰী অনুতাপ কেৱল সেইটো, যিটো পৃথিৱীত কৰা হয়, যি অনুতাপৰ পিছত লগে লগে নিৰ্ভেজাল তাওবা কৰা হয়। info