قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
56 : 39

اَنْ تَقُوْلَ نَفْسٌ یّٰحَسْرَتٰی عَلٰی مَا فَرَّطْتُ فِیْ جَنْۢبِ اللّٰهِ وَاِنْ كُنْتُ لَمِنَ السّٰخِرِیْنَ ۟ۙ

এইবোৰ কাম সুচাৰুৰূপে পালন কৰা। অন্যথা কিয়ামতৰ দিনা চৰম লজ্জিত হৈ ক’ব লাগিব যে, হায় আফচোচ! কুফৰী আৰু গুনাহৰ কামত লিপ্ত থাকি মই আল্লাহৰ অবাধ্যতা কৰিছিলোঁ, লগতে মুমিনসকলক তথা আনুগত্যকাৰীসকলক উপহাস কৰিছিলোঁ। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• النعمة على الكافر استدراج.
কাফিৰসকলক প্ৰদান কৰা নিয়ামতসমূহ হৈছে প্ৰকৃততে একপ্ৰকাৰ অৱকাশ। info

• سعة رحمة الله بخلقه.
আল্লাহৰ ৰহমত সৃষ্টিজগতৰ প্ৰতি অতি প্ৰশস্ত। info

• الندم النافع هو ما كان في الدنيا، وتبعته توبة نصوح.
উপকাৰী অনুতাপ কেৱল সেইটো, যিটো পৃথিৱীত কৰা হয়, যি অনুতাপৰ পিছত লগে লগে নিৰ্ভেজাল তাওবা কৰা হয়। info