قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
26 : 40

وَقَالَ فِرْعَوْنُ ذَرُوْنِیْۤ اَقْتُلْ مُوْسٰی وَلْیَدْعُ رَبَّهٗ ۚؕ— اِنِّیْۤ اَخَافُ اَنْ یُّبَدِّلَ دِیْنَكُمْ اَوْ اَنْ یُّظْهِرَ فِی الْاَرْضِ الْفَسَادَ ۟

ফিৰআউনে ক’লেঃ মোক এৰি দিয়া মই মুছাক শাস্তিস্বৰূপে মৃত্যুদণ্ড প্ৰদান কৰিম। সিও নিজ প্ৰতিপালকক আহ্বান কৰা উচিত, যাতে মোক প্ৰতিৰোধ কৰিব পাৰে। তেওঁৰ প্ৰতিপালকক আহ্বান কৰাৰ ক্ষেত্ৰত তেওঁৰ বাবে মোৰ ফালৰ পৰা সম্পূৰ্ণ অনুমতি আছে, মই কোনো ভ্ৰূক্ষেপ নকৰোঁ। মই কেৱল এইটো আশংকা কৰি আছোঁ যে, সি তোমালোকৰ ধৰ্মক পৰিবৰ্তন কৰি পেলাব নাইবা হত্যা আৰু ধ্বংসজজ্ঞৰ জৰিয়তে উপদ্ৰৱ সৃষ্টি কৰিব। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• لجوء المؤمن إلى ربه ليحميه من كيد أعدائه.
শত্ৰুৰ চক্ৰান্তৰ পৰা ৰক্ষা পাবলৈ মুমিন বান্দাই আল্লাহৰ আশ্ৰয় গ্ৰহণ কৰে। info

• جواز كتم الإيمان للمصلحة الراجحة أو لدرء المفسدة.
কোনো গুৰুত্বপূৰ্ণ হিত ৰক্ষাৰ্থে অথবা কোনো ক্ষতিৰ পৰা বাচিবলৈ ঈমান গোপন কৰা বৈধ। info

• تقديم النصح للناس من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info