قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
41 : 41

اِنَّ الَّذِیْنَ كَفَرُوْا بِالذِّكْرِ لَمَّا جَآءَهُمْ ۚ— وَاِنَّهٗ لَكِتٰبٌ عَزِیْزٌ ۟ۙ

নিশ্চয় যিসকলে আল্লাহৰ ফালৰ পৰা কোৰআন অহাৰ পিছতো তাক অস্বীকাৰ কৰে, কিয়ামতৰ দিনা সিহঁতক শাস্তি বিহা হ’ব। নিঃসন্দেহে এইখন সন্মানিত তথা সুৰক্ষিত গ্ৰন্থ। কোনো বিকৃতকাৰীয়েই ইয়াক বিকৃত কৰিব নোৱাৰিব, আৰু কোনেও ইয়াক পৰিবৰ্তনো কৰিব নোৱাৰিব। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• حَفِظ الله القرآن من التبديل والتحريف، وتَكَفَّل سبحانه بهذا الحفظ، بخلاف الكتب السابقة له.
আল্লাহে কোৰআনক পৰিবৰ্তন আৰু বিকৃত আদি কাৰ্যৰ পৰা সুৰক্ষিত কৰিছে। পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ বিপৰীতে ইয়াৰ সুৰক্ষাৰ দায়িত্ব তেওঁ নিজেই গ্ৰহণ কৰিছে। info

• قطع الحجة على مشركي العرب بنزول القرآن بلغتهم.
আৰবীয়ান মুশ্বৰিকসকলৰ ভাষাত কোৰআন অৱতীৰ্ণ কৰি সিহঁতৰ অজুহাত দাঙি ধৰাৰ দুৱাৰ বন্ধ কৰি দিছে। info

• نفي الظلم عن الله، وإثبات العدل له.
আল্লাহে কাৰো প্ৰতি অন্যায় নকৰে, তথা তেওঁ সদায় ন্যায়ক প্ৰাধান্য দিয়ে। info