قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
35 : 42

وَّیَعْلَمَ الَّذِیْنَ یُجَادِلُوْنَ فِیْۤ اٰیٰتِنَا ؕ— مَا لَهُمْ مِّنْ مَّحِیْصٍ ۟

যিসকলে আল্লাহৰ আয়াতসমূহক মিছা প্ৰমাণ কৰিবলৈ বিতৰ্ক কৰে, সিহঁতে গম পায় যে, প্ৰচণ্ড ধুমুহাৰ কবলত পৰি নাওবোৰ ধ্বংস হোৱাৰ সময়ত ৰক্ষা পোৱাৰ বাবে পলায়ন কৰাৰ কোনো সুবিধা নাই। সেইকাৰণেই সিহঁতে তেতিয়া একমাত্ৰ আল্লাহকেই আহ্বান কৰে। তেওঁৰ বাহিৰে সকলো উপাস্যকে পৰিত্যাগ কৰে। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• الصبر والشكر سببان للتوفيق للاعتبار بآيات الله.
ধৈৰ্য্য আৰু কৃতজ্ঞতাৰ ফলত আল্লাহৰ নিদৰ্শনবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰাৰ তাওফীক পোৱা যায়। info

• مكانة الشورى في الإسلام عظيمة.
ইছলামত পৰামৰ্শৰ গুৰুত্ব বহুত। info

• جواز مؤاخذة الظالم بمثل ظلمه، والعفو خير من ذلك.
অন্যায় অনুপাতে প্ৰতিশোধ লোৱা বৈধ, কিন্তু ক্ষমা কৰাটো উত্তম। info