قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
28 : 45

وَتَرٰی كُلَّ اُمَّةٍ جَاثِیَةً ۫ؕ— كُلُّ اُمَّةٍ تُدْعٰۤی اِلٰی كِتٰبِهَا ؕ— اَلْیَوْمَ تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُوْنَ ۟

হে ৰাছুল! সেইদিনা আপুনি প্ৰত্যেক সম্প্ৰদায়ৰ লোকসকলক নিজৰ পৰিণামৰ প্ৰতীক্ষাত আঁঠুকাঢ়ি থকা অৱস্থাত দেখিবলৈ পাব। প্ৰত্যেক উম্মতকে সিহঁতৰ কৰ্মপুথিৰ পিনে আহ্বান কৰা হ’ব, যিখনক লিপিবদ্ধ কৰিছে সংৰক্ষণৰ বাবে নিয়োজিত ফিৰিস্তাসকলে। হে মানৱজাতি! আজি তোমালোকক পৃথিৱীত কৰা ভাল বেয়া কৰ্মৰেই প্ৰতিদান দিয়া হ’ব। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• اتباع الهوى يهلك صاحبه، ويحجب عنه أسباب التوفيق.
প্ৰবৃত্তিৰ অনুসৰণে মানুহক ধ্বংস কৰে, লগতে হিদায়তৰ পথৰ পৰা মানুহক বঞ্চিত কৰে। info

• هول يوم القيامة.
কিয়ামতৰ ভয়াৱহতা। info

• الظن لا يغني من الحق شيئًا، خاصةً في مجال الاعتقاد.
অনুমানে কেতিয়াও সত্যৰ স্থান লব নোৱাৰে, বিশেষকৈ আক্বীদাৰ ক্ষেত্ৰত। info