قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
25 : 47

اِنَّ الَّذِیْنَ ارْتَدُّوْا عَلٰۤی اَدْبَارِهِمْ مِّنْ بَعْدِ مَا تَبَیَّنَ لَهُمُ الْهُدَی ۙ— الشَّیْطٰنُ سَوَّلَ لَهُمْ ؕ— وَاَمْلٰی لَهُمْ ۟

নিশ্চয় যিসকলে ঈমানৰ পৰা আকৌ কুফৰী আৰু নিফাকলৈ উভতি গৈছে, অথচ সিহঁতৰ ওচৰত অজুহাত উত্থাপন কৰাৰ কোনো উপায় নাই, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা সম্পৰ্কেও প্ৰমাণ স্পষ্ট হৈছে, সিহঁতৰ বাবে চয়তানেই কুফৰ আৰু নিফাকক শোভনীয় কৰি দিছে আৰু সহজ কৰি দিছে। তথা সিহঁতক ডাঙৰ আশা দি ৰাখিছে। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• التكليف بالجهاد في سبيل الله يميّز المنافقين من صفّ المؤمنين.
আল্লাহৰ পথত কৰা যুদ্ধই মুনাফিকসকলৰ শাৰীৰ পৰা মুমিনসকলক পৃথক কৰাত সহায় কৰে। info

• أهمية تدبر كتاب الله، وخطر الإعراض عنه.
আল্লাহৰ কিতাব চৰ্চা কৰাৰ গুৰুত্ব, তথা ইয়াৰ পৰা বিমুখ হোৱাৰ ভয়াৱহতা। info

• الإفساد في الأرض وقطع الأرحام من أسباب قلة التوفيق والبعد عن رحمة الله.
পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰা, লগতে আত্মীয়তাৰ বন্ধন ছিন্ন কৰা আদি হৈছে আল্লাহৰ তাওফীক আৰু তেওঁৰ ৰহমতৰ পৰা বঞ্চিত হোৱাৰ অন্যতম কাৰণ। info