قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
13 : 48

وَمَنْ لَّمْ یُؤْمِنْ بِاللّٰهِ وَرَسُوْلِهٖ فَاِنَّاۤ اَعْتَدْنَا لِلْكٰفِرِیْنَ سَعِیْرًا ۟

যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰিব, সিয়েই কাফিৰ। আল্লাহক অস্বীকাৰ কৰা কাফিৰসকলৰ বাবে কিয়ামতৰ দিনা আমি প্ৰস্তুত কৰি ৰাখিছোঁ প্ৰজ্জ্বলিত জুই, য’ত সিহঁতক শাস্তি বিহা হ’ব। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• مكانة بيعة الرضوان عند الله عظيمة، وأهلها من خير الناس على وجه الأرض.
আল্লাহৰ ওচৰত বাইআতে ৰিজৱানৰ গুৰুত্ব অধিক। এই বাইআতত অংশগ্ৰহণ কৰা লোকসকল হৈছে পৃথিৱীৰ সৰ্বোৎকৃষ্ট ব্যক্তি। info

• سوء الظن بالله من أسباب الوقوع في المعصية وقد يوصل إلى الكفر.
আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰাটো হৈছে গুনাহত পতিত হোৱাৰ কাৰণ, আনকি কেতিয়াবা ই কুফৰীত লিপ্ত হোৱাৰো কাৰণ হৈ পৰে। info

• ضعاف الإيمان قليلون عند الفزع، كثيرون عند الطمع.
দুৰ্বল ঈমানৰ অধিকাৰী লোকসকলে ভয়ৰ সময়ত পিছুৱাই থাকে আৰু লোভ-লালসাৰ সময়ত আগভাগ লয়। info