قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
41 : 52

اَمْ عِنْدَهُمُ الْغَیْبُ فَهُمْ یَكْتُبُوْنَ ۟ؕ

অথবা সিহঁতৰ ওচৰত কোনো গায়েবী জ্ঞান আছে নেকি, গায়েবৰ যিবোৰ জ্ঞান সিহঁতে আহৰণ কৰে সেইবোৰ সিহঁতে মানুহৰ বাবে লিখি লয়, আৰু মানুহক সেইখিনিয়ে অৱগত কৰায়, যিখিনি সিহঁতে অৱগত কৰাব বিচাৰে? info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• الطغيان سبب من أسباب الضلال.
অবাধ্যতা হৈছে পথভ্ৰষ্টতাৰ মূল কাৰণ। info

• أهمية الجدال العقلي في إثبات حقائق الدين.
ধৰ্মৰ সত্যতা প্ৰকাশ কৰিবলৈ যুক্তি দাঙি ধৰাৰ গুৰুত্ব। info

• ثبوت عذاب البَرْزَخ.
বৰঝখৰ শাস্তিৰ প্ৰমাণ। info