Check out the new design

قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى * - تەرجىمىلەر مۇندەرىجىسى


مەنالار تەرجىمىسى ئايەت: (5) سۈرە: تەلاق
ذٰلِكَ اَمْرُ اللّٰهِ اَنْزَلَهٗۤ اِلَیْكُمْ ؕ— وَمَنْ یَّتَّقِ اللّٰهَ یُكَفِّرْ عَنْهُ سَیِّاٰتِهٖ وَیُعْظِمْ لَهٗۤ اَجْرًا ۟
এই তালাক, প্ৰত্যাৱৰ্তন আৰু ইদ্দতৰ বিধানসমূহ হৈছে আল্লাহৰ আদেশ, হে মুমিনসকল! যিটো তেওঁ তোমালোকৰ ওপৰত অৱতীৰ্ণ কৰিছে, যাতে তোমালোকে আমল কৰিব পাৰা। যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিব, আল্লাহে তাৰ গুনাহসমূহ মাফ কৰি দিব আৰু আখিৰাতত মহাপ্ৰতিদান দান কৰিব। অৰ্থাৎ জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ প্ৰদান কৰিব, আৰু এনেকুৱা নিয়ামত প্ৰদান কৰিব যিবোৰ কেতিয়াও শেষ নহ'ব।
ئەرەپچە تەپسىرلەر:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• خطاب النبي صلى الله عليه وسلم خطاب لأمته ما لم تثبت له الخصوصية.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰাটো দৰাচলতে তেখেতৰ উম্মতক সম্বোধন কৰা বুজায়, যেতিয়ালৈকে এইটো প্ৰমাণ নহয় যে, বিষয়টো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে নিৰ্দিষ্ট।

• وجوب السكنى والنفقة للمطلقة الرجعية.
ৰাজঈ তালাকত (অৰ্থাৎ প্ৰত্যাৱৰ্তনমূলক তালাকত) স্বামীয়ে স্ত্ৰীৰ যাৱতীয় খৰচ বহন কৰা অনিবাৰ্য।

• النَّدْب إلى الإشهاد حسمًا لمادة الخلاف.
সাক্ষী ৰখাটো উত্তম, যাতে বিবাদৰ কোনো কাৰণ অৱশিষ্ট নাথাকে।

• كثرة فوائد التقوى وعظمها.
তাক্বৱা অৱলম্বনত বহুত উপকাৰ আছে।

 
مەنالار تەرجىمىسى ئايەت: (5) سۈرە: تەلاق
سۈرە مۇندەرىجىسى بەت نومۇرى
 
قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى - تەرجىمىلەر مۇندەرىجىسى

قۇرئان تەتقىقاتى تەپسىر مەركىزى چىقارغان.

تاقاش