قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

আবাছা

سۈرىنىڭ مەقسەتلىرىدىن:
تذكير الكافرين المستغنين عن ربهم ببراهين البعث.
পুনৰুত্থানৰ প্ৰমাণাদিৰে নিজ প্ৰতিপালকৰ পৰা অমনোযোগী হোৱা কাফিৰসকলক স্মৰণ কৰোৱা হৈছে। info

external-link copy
1 : 80

عَبَسَ وَتَوَلّٰۤی ۟ۙ

ৰাছুল ছাল্লাল্লাহু আলাইহি অছাল্লামৰ মুখত ক্ৰোধৰ প্ৰভাৱ অনুভূত হৈছিল আৰু তেওঁ মুখ খন আনফালে উভতাই লৈছিল। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• عتاب الله نبيَّه في شأن عبد الله بن أم مكتوم دل على أن القرآن من عند الله.
আব্দুল্লাহ বিন উম্মে মাকতুমৰ ঘটনা সংক্ৰান্তত আল্লাহৰ তৰফৰ পৰা সতৰ্ক কৰাৰ পৰাই প্ৰমাণিত হয় যে, কুৰআন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ কৃত গ্ৰন্থ। info

• الاهتمام بطالب العلم والمُسْتَرْشِد.
জ্ঞান অৰ্জন কাৰী আৰু হিদায়ৎ বিচৰা ব্যক্তিৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদানৰ মহত্ব। info

• شدة أهوال يوم القيامة حيث لا ينشغل المرء إلا بنفسه، حتى الأنبياء يقولون: نفسي نفسي.
ক্বিয়ামতৰ দিনৰ ভয়াৱহ পৰিস্থিতিৰ চিত্ৰণ। যেতিয়া প্ৰত্যেক ব্যক্তিৰ কেৱল নিজৰ চিন্তাই আহিব। বৰঞ্চ নবীসকলেও কৈ থাকিবঃ মোৰ কি হব, মোৰ কি হব? info