የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (76) ምዕራፍ: ሱረቱ ዩኑስ
فَلَمَّا جَآءَهُمُ الْحَقُّ مِنْ عِنْدِنَا قَالُوْۤا اِنَّ هٰذَا لَسِحْرٌ مُّبِیْنٌ ۟
এতেকে যেতিয়া ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ ওচৰত মূছা আৰু তেওঁৰ ভাতৃয়ে লৈ অহা নিদৰ্শনসমূহ উপস্থাপন কৰা হ'ল, তেতিয়া সিহঁতে মূছা আলাইহিছ ছালামে নিজৰ সত্যতা প্ৰমাণ কৰিবলৈ লৈ অহা নিদৰ্শন সম্পৰ্কে মন্তব্য কৰি ক'লেঃ নিশ্চয় এইবোৰ স্পষ্ট যাদু, এইবোৰ বাস্তৱ নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سلاح المؤمن في مواجهة أعدائه هو التوكل على الله.
শত্ৰুৰ মুখামুখীৰ সময়ত মুমিনৰ অস্ত্ৰ হৈছে আল্লাহৰ প্ৰতি ভৰসা।

• الإصرار على الكفر والتكذيب بالرسل يوجب الختم على القلوب فلا تؤمن أبدًا.
কুফৰ আৰু ৰাছুলসকলক অস্বীকাৰ কৰাৰ পৰিণতিত অন্তৰত মোহৰ মাৰি দিয়া হয় আৰু তেনেকুৱা ব্যক্তিয়ে কেতিয়াও ঈমান পোষণ কৰাৰ তাওফীক নাপায়।

• حال أعداء الرسل واحد، فهم دائما يصفون الهدى بالسحر أو الكذب.
সকলো ৰাছুলৰ শত্ৰুৰ অৱস্থা একেই আছিল। সিহঁত সদায় হিদায়তক যাদু বুলি কৈছিল নাইবা মিছা বুলি কৈছিল।

• إن الساحر لا يفلح أبدًا.
নিশ্চয় যাদুকৰ কেতিয়াও সফল নহয়।

 
የይዘት ትርጉም አንቀጽ: (76) ምዕራፍ: ሱረቱ ዩኑስ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት