የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
48 : 11

قِیْلَ یٰنُوْحُ اهْبِطْ بِسَلٰمٍ مِّنَّا وَبَرَكٰتٍ عَلَیْكَ وَعَلٰۤی اُمَمٍ مِّمَّنْ مَّعَكَ ؕ— وَاُمَمٌ سَنُمَتِّعُهُمْ ثُمَّ یَمَسُّهُمْ مِّنَّا عَذَابٌ اَلِیْمٌ ۟

আল্লাহে নূহ আলাইহিছ ছালামক ক'লেঃ হে নূহ! শান্তি আৰু নিৰাপত্তা, লগতে আপোনাৰ প্ৰতি আল্লাহৰ অসংখ্য নিয়ামতৰ সৈতে ভূপৃষ্ঠত অৱতৰণ কৰা। শান্তি, নিৰাপত্তা আৰু নিয়ামতৰ এই ধাৰাবাহিকতা আপোনাৰ আৰু আপোনাৰ লগত আৰোহণ কৰা মুমিনসকলৰ বংশধৰসকলৰ ওপৰতো অব্যাহত থাকিব। যদিও তেওঁলোকৰ বংশধৰসকলৰ মাজত কিছুমান কাফিৰ সম্প্ৰদায়ো থাকিব, যিসকলক আমি এই পাৰ্থিৱ জীৱন উপভোগ কৰাম আৰু উপভোগৰ সকলো সামগ্ৰী দান কৰিম। তাৰ পিছত আখিৰাতত সিহঁতে কষ্টদায়ক শাস্তিৰ সোৱাদ লব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لا يملك الأنبياء الشفاعة لمن كفر بالله حتى لو كانوا أبناءهم.
কাফিৰসকলৰ হৈ মধ্যস্ততা কৰা নবীসকলৰো অধিকাৰ নাই, যদিও তেওঁলোকৰ পুত্ৰই নহওঁক কিয়। info

• عفة الداعية وتنزهه عما في أيدي الناس أقرب للقبول منه.
দাৱাতি কাৰ্যত নিযুক্ত ব্যক্তি যদি মানুহৰ সম্পদৰ লোভ নকৰে তেন্তে তেওঁৰ কথাৰ প্ৰভাৱ বেছি পৰে। info

• فضل الاستغفار والتوبة، وأنهما سبب إنزال المطر وزيادة الذرية والأموال.
ক্ষমা প্ৰাৰ্থনা আৰু তাওবাৰ ফজিলত। আৰু এই দুয়োটা বস্তু বৰষুণ আৰু সন্তান তথা সম্পদ বৃদ্ধিৰ অন্যতম কাৰণ। info