Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (75) ምዕራፍ: ሁድ
اِنَّ اِبْرٰهِیْمَ لَحَلِیْمٌ اَوَّاهٌ مُّنِیْبٌ ۟
নিশ্চয় ইব্ৰাহীম আছিল অতি সহনশীল, সেই কাৰণেই তেওঁ শাস্তি বিলম্ব কৰোৱাব বিচাৰিছিল। তেওঁ আছিল নিজ প্ৰতিপালকৰ প্ৰতি অত্যন্ত বিনয়ী। অধিক প্ৰাৰ্থনাকাৰী আৰু তেওঁৰ পিনে প্ৰত্যাৱৰ্তনকাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان فضل ومنزلة خليل الله إبراهيم عليه السلام، وأهل بيته.
আল্লাহৰ মিত্ৰ ইব্ৰাহীম আলাইহিছ ছালাম আৰু তেওঁৰ পৰিয়ালৰ শ্ৰেষ্ঠতা আৰু উচ্চ মৰ্যাদাৰ বৰ্ণনা।

• مشروعية الجدال عمن يُرجى له الإيمان قبل الرفع إلى الحاكم.
যদি ঈমান পোষণ কৰাৰ কোনো আশা থাকে তেন্তে তাৰ বিষয়টো পদাধিকাৰীৰ ওচৰত যোৱাৰ আগতে সেই বিষয়ে আলোচনা কৰা বৈধ।

• بيان فظاعة وقبح عمل قوم لوط.
লূত সম্প্ৰদায়ৰ কুকৰ্ম আৰু জঘন্য অপৰাধৰ বৰ্ণনা।

 
የይዘት ትርጉም አንቀጽ: (75) ምዕራፍ: ሁድ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት