የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (84) ምዕራፍ: ሱረቱ ሁድ
وَاِلٰی مَدْیَنَ اَخَاهُمْ شُعَیْبًا ؕ— قَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ— وَلَا تَنْقُصُوا الْمِكْیَالَ وَالْمِیْزَانَ اِنِّیْۤ اَرٰىكُمْ بِخَیْرٍ وَّاِنِّیْۤ اَخَافُ عَلَیْكُمْ عَذَابَ یَوْمٍ مُّحِیْطٍ ۟
আৰু আমি মাদিয়ানবাসীসকলৰ ওচৰত সিহঁতৰ ভাতৃ শ্বুআইব আলাইহিচ্ছালামক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ বাবে ইবাদতৰ যোগ্য আন কোনো সত্য উপাস্য নাই। যেতিয়া তোমালোকে মানুহক কিবা বস্তু ওজন কৰি অথবা জুখি দিয়া, তেতিয়া তাত কোনো ধৰণৰ অন্যায় নকৰিবা বা কম নিদিবা। মই দেখি আছোঁ তোমালোকে যথেষ্ট নিয়ামত উপভোগ কৰি আছা। এতেকে আল্লাহৰ এই নিয়ামতক গুনাহত পৰিণত নকৰিবা। মই তোমালোকৰ প্ৰতি সেই পৰিবেষ্টিত দিৱসৰ শাস্তিৰ আশংকা কৰোঁ, যেতিয়া তোমালোকৰ প্ৰত্যেক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ব আৰু তাত পলায়ন কৰাৰ অথবা আশ্ৰয় লোৱাৰ কোনো স্থান নাথাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من سنن الله إهلاك الظالمين بأشد العقوبات وأفظعها.
আল্লাহৰ অন্যতম এটা নিয়ম হৈছে এই যে, তেওঁ অন্যায়কাৰীসকলক কঠিন শাস্তি প্ৰদান কৰি ধ্বংস কৰে।

• حرمة نقص الكيل والوزن وبخس الناس حقوقهم.
জোখ-মাখত কম দিয়া আৰু মানুহৰ অধিকাৰ খৰ্ব কৰা হাৰাম।

• وجوب الرضا بالحلال وإن قل.
হালালৰ প্ৰতি সন্তুষ্ট থকা অপৰিহাৰ্য, যদিও সেয়া নগন্য হয়।

• فضل الأمر بالمعروف والنهي عن المنكر، ووجوب العمل بما يأمر الله به، والانتهاء عما ينهى عنه.
সত্কৰ্মৰ আদেশ দিয়া আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰাৰ গুৰুত্ব, লগতে আল্লাহৰ আদেশ মতে আমল কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থকা অনিবাৰ্য।

 
የይዘት ትርጉም አንቀጽ: (84) ምዕራፍ: ሱረቱ ሁድ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት