Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (1) ምዕራፍ: አል ኢኽላስ

আল-ইখলাচ

ከመዕራፉ ዓላማዎች:
تفرد الله بالألوهية والكمال وتنزهه عن الولد والوالد والنظير.
আল্লাহ একক আৰু অদ্বিতীয় ইবাদতৰ ক্ষেত্ৰতো আৰু পৰিপূৰ্ণতাৰ ক্ষেত্ৰতো। লগতে তেওঁ পুত্ৰ, পিতা আৰু সমকক্ষ আদিৰ পৰা সম্পূৰ্ণৰূপে পৱিত্ৰ।

قُلْ هُوَ اللّٰهُ اَحَدٌ ۟ۚ
হে ৰাছুল, আপুনি কৈ দিয়ক, কেৱল একমাত্ৰ আল্লাহ তাআলাই ইবাদতৰ অধিকাৰী, তেওঁৰ বাহিৰে কোনো সত্য উপাস্য নাই।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إثبات صفات الكمال لله، ونفي صفات النقص عنه.
আল্লাহ পৰিপূৰ্ণ বৈশিষ্ট্যৰ অধিকাৰী এই কথা সাব্যস্ত কৰা, আৰু তেওঁ সকলো অপূৰ্ণতাৰ পৰা পৱিত্ৰ।

• ثبوت السحر، ووسيلة العلاج منه.
যাদুৰ বাস্তৱতা আৰু ইয়াৰ চিকিত্সাৰ পদ্ধতি।

• علاج الوسوسة يكون بذكر الله والتعوذ من الشيطان.
চয়তানৰ কুমন্ত্ৰণাৰ চিকিত্সা হৈছে আল্লাহৰ যিকিৰ বা স্মৰণ লগতে চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা।

 
የይዘት ትርጉም አንቀጽ: (1) ምዕራፍ: አል ኢኽላስ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት