Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (70) ምዕራፍ: ዩሱፍ
فَلَمَّا جَهَّزَهُمْ بِجَهَازِهِمْ جَعَلَ السِّقَایَةَ فِیْ رَحْلِ اَخِیْهِ ثُمَّ اَذَّنَ مُؤَذِّنٌ اَیَّتُهَا الْعِیْرُ اِنَّكُمْ لَسٰرِقُوْنَ ۟
তাৰ পিছত ইউছুফে যেতিয়া কৰ্মকৰ্তাসকলক তেওঁৰ ভাতৃসকলৰ উটৰ পিঠিত খাদ্য সামগ্ৰী উঠোৱাৰ নিৰ্দেশ দিলে, তেতিয়া খাদ্য সামগ্ৰী ওজন কৰা ৰজাৰ পাত্ৰটো গোপনে তেওঁৰ সহোদৰ ভাতৃৰ বস্তাত সোমাই দিলে, যাতে ইয়াৰ সহায়ত তাক নিজৰ ওচৰত ৰাখিব পাৰে। তাৰ পিছত যেতিয়া সিহঁত ঘৰমুৱা হ'বলৈ ধৰিলে, তেতিয়া পিছফালৰ পৰা এজনে মাতি সুধিলে, হে খাদ্য সামগ্ৰী বহন কৰা উটৰ মালিকসকল, তোমালোক দেখোন চোৰ।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• جواز الحيلة التي يُتَوصَّل بها لإحقاق الحق، بشرط عدم الإضرار بالغير.
সত্যক প্ৰকাশ কৰিবলৈ বাহানা অৱলম্বন কৰা বৈধ, কিন্তু মনত ৰখা উচিত ইয়াৰ দ্বাৰা যাতে কাৰো ক্ষতি নহয়।

• يجوز لصاحب الضالة أو الحاجة الضائعة رصد جُعْل «مكافأة» مع تعيين قدره وصفته لمن عاونه على ردها.
কাৰোবাৰ কোনো ধন অথবা কোনো প্ৰয়োজনীয় বস্তু হেৰাই গলে, সেয়া বিচাৰি পাবলৈ পুৰস্কাৰ নিৰ্ধাৰণ কৰা বৈধ, কিন্তু পুৰস্কাৰ নিৰ্দিষ্ট হোৱা উচিত।

• التغافل عن الأذى والإسرار به في النفس من محاسن الأخلاق.
সদ্ব্যৱহাৰৰ অন্যতম এটা গুণ হৈছে কষ্ট প্ৰদানকাৰীক আওকাণ কৰা আৰু তাৰ এই কষ্টক মনতে গোপন ৰখা উচিত।

 
የይዘት ትርጉም አንቀጽ: (70) ምዕራፍ: ዩሱፍ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት