የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
92 : 12

قَالَ لَا تَثْرِیْبَ عَلَیْكُمُ الْیَوْمَ ؕ— یَغْفِرُ اللّٰهُ لَكُمْ ؗ— وَهُوَ اَرْحَمُ الرّٰحِمِیْنَ ۟

ইউছুফ আলাইহিছ ছালামে সিহঁতৰ ক্ষমা স্বীকাৰ কৰিলে আৰু ক'লেঃ আজি তোমালোকক কোনো দণ্ডনীয় ভৰ্ৎসনাও কৰা নহ'ব আৰু তোমালোকক কোনো গৰিহণাও দিয়া নহ'ব। মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন তোমালোকক ক্ষমা কৰি দিয়ে। তেৱেঁই পৱিত্ৰ আল্লাহ, মহা দয়াৱান। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عظم معرفة يعقوب عليه السلام بالله حيث لم يتغير حسن ظنه رغم توالي المصائب ومرور السنين.
আল্লাহ সম্পৰ্কে ইয়াকূব আলাইহিছ ছালামৰ জ্ঞানৰ গভীৰতা। সেই কাৰণেই ধাৰাবাহিক বিপদৰ সন্মুখীন হোৱাৰ পিছতো লগতে কেইবাটাও বছৰ পাৰ হোৱাৰ পিছতো আল্লাহ সম্পৰ্কে তেওঁৰ ধাৰণা উত্তম আছিল। info

• من خلق المعتذر الصادق أن يطلب التوبة من الله، ويعترف على نفسه ويطلب الصفح ممن تضرر منه.
সততাৰ সৈতে গুনাহ স্বীকাৰ কৰা ব্যক্তিয়ে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। নিজৰ ভুল নিজে স্বীকাৰ কৰে আৰু তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত ব্যক্তিৰ ওচৰত ক্ষমাৰ দাবী জনায়। info

• بالتقوى والصبر تنال أعظم الدرجات في الدنيا وفي الآخرة.
তাক্বৱা আৰু ধৈৰ্যৰ জৰিয়তে পৃথিৱী আৰু আখিৰাতত ডাঙৰ ফলাফল লাভ কৰা সম্ভৱ। info

• قبول اعتذار المسيء وترك الانتقام، خاصة عند التمكن منه، وترك تأنيبه على ما سلف منه.
অপৰাধীৰ ক্ষমা আবেদন কবূল কৰা আৰু প্ৰতিশোধ ত্যাগ কৰা, বিশেষকৈ ক্ষমতা হাতত থকা অৱস্থাত। লগতে তাৰ কৃতকৰ্মক কেন্দ্ৰ কৰি তাক গৰিহণা দিয়াৰ পৰাও বিৰত থকা। info