Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (15) ምዕራፍ: ኢብራሂም
وَاسْتَفْتَحُوْا وَخَابَ كُلُّ جَبَّارٍ عَنِیْدٍ ۟ۙ
ৰাছুলসকলে নিজ প্ৰতিপালকৰ ওচৰত শত্ৰুৰ বিৰুদ্ধে সহায় প্ৰাৰ্থনা কৰিলে, ফলত প্ৰত্যেক অহংকাৰী, সত্যৰ ঘোৰ বিৰোধীসকল ধ্বংস হ'ল, যিসকলে সত্য প্ৰকাশ পোৱাৰ পিছতো তাক মানি লোৱা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أن الأنبياء والرسل بشرٌ من بني آدم، غير أن الله تعالى فضلهم بحمل الرسالة واصطفاهم لها من بين بني آدم.
নিশ্চয় নবী আৰু ৰাছুলসকলো আদম সন্তান তথা মানৱ। যদিও আল্লাহে তেওঁলোকক নবুওৱত প্ৰদান কৰি শ্ৰেষ্ঠতা প্ৰদান কৰিছে, তথা আদম সন্তানৰ মাজৰ পৰা তেওঁলোকক এই কৰ্মৰ বাবে নিৰ্বাচিত কৰিছে।

• على الداعية الذي يريد التغيير أن يتوقع أن هناك صعوبات جَمَّة سوف تقابله، ومنها الطرد والنفي والإيذاء القولي والفعلي.
সমাজত পৰিবৰ্তন কামী দাঈসকলে এইটো মনত ৰখা উচিত যে, তেওঁলোক নিশ্চিতভাৱে কিছুমান বাধাৰ সন্মুখীন হ'ব, যেনে- একাঘৰীয়া, দেশৰ পৰা বহিষ্কাৰ, কথা আৰু কৰ্মৰ দ্বাৰা নিৰ্যাতন আদি।

• أن الدعاة والصالحين موعودون بالنصر والاستخلاف في الأرض.
দাঈ আৰু পূণ্যৱান লোকসকলক সহায়ৰ আৰু পৃথিৱীৰ উত্তৰাধিকাৰী হোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

• بيان إبطال أعمال الكافرين الصالحة، وعدم اعتبارها بسبب كفرهم.
কাফিৰসকলৰ কুফুৰীৰ কাৰণে সিহঁতৰ যাৱতীয় নেক আমল ব্যৰ্থ তথা মূল্যহীন।

 
የይዘት ትርጉም አንቀጽ: (15) ምዕራፍ: ኢብራሂም
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት