Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (40) ምዕራፍ: ኢብራሂም
رَبِّ اجْعَلْنِیْ مُقِیْمَ الصَّلٰوةِ وَمِنْ ذُرِّیَّتِیْ ۖۗ— رَبَّنَا وَتَقَبَّلْ دُعَآءِ ۟
হে মোৰ প্ৰতিপালক! মোক পৰিপূৰ্ণৰূপে ছালাত আদায় কৰাৰ তাওফীক প্ৰদান কৰা, সেইদৰে মোৰ সন্তানসকলকো ছালাত আদায়কাৰী বনাই দিয়া। হে আমাৰ প্ৰতিপালক! মোৰ প্ৰাৰ্থনা স্বীকাৰ কৰা, আৰু ইয়াক তোমাৰ ওচৰত গ্ৰহণযোগ্য বনাই দিয়া।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان فضيلة مكة التي دعا لها نبي الله إبراهيم عليه الصلاة والسلام.
মক্কা নগৰীৰ শ্ৰেষ্ঠতাৰ বৰ্ণনা, যাৰ বাবে ইব্ৰাহীম আলাইহিছ ছালামে দুআ কৰিছিল।

• أن الإنسان مهما ارتفع شأنه في مراتب الطاعة والعبودية ينبغي له أن يخاف على نفسه وذريته من جليل الشرك ودقيقه.
মানুহে আনুগত্য আৰু ইবাদতৰ ক্ষেত্ৰত যিমানেই ডাঙৰ মৰ্যাদা নাপাওক কিয়, তেওঁ নিজে আৰু নিজ সন্তান-সন্ততিৰ বাবে সদায় শ্বিৰ্কৰ পৰা ভয় কৰা উচিত।

• دعاء إبراهيم عليه الصلاة والسلام يدل على أن العبد مهما ارتفع شأنه يظل مفتقرًا إلى الله تعالى ومحتاجًا إليه.
ইব্ৰাহীম আলাইহিছ ছালামৰ প্ৰাৰ্থনাই এই কথা প্ৰমাণ কৰে যে, বান্দা যিমানেই মৰ্যদাশীল নহওঁক কিয়, সদায় আল্লাহৰ মুখাপেক্ষী।

• من أساليب التربية: الدعاء للأبناء بالصلاح وحسن المعتقد والتوفيق في إقامة شعائر الدين.
লালন-পালনৰ এটা অন্যতম দিশ হৈছে এই যে, নিজৰ সন্তানৰ বাবে নেকী আৰু সঠিক আক্বীদাৰ বাবে দুআ কৰা উচিত, লগতে দুআ কৰা উচিত তেওঁলোক যাতে ধৰ্মীয় নীতি নিয়ম মানি চলিব পাৰে।

 
የይዘት ትርጉም አንቀጽ: (40) ምዕራፍ: ኢብራሂም
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት