የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
27 : 18

وَاتْلُ مَاۤ اُوْحِیَ اِلَیْكَ مِنْ كِتَابِ رَبِّكَ ؕ— لَا مُبَدِّلَ لِكَلِمٰتِهٖ ۫ۚ— وَلَنْ تَجِدَ مِنْ دُوْنِهٖ مُلْتَحَدًا ۟

হে ৰাছুল! আপোনাক কোৰআনৰ যিবোৰ আয়াত আল্লাহে অহী কৰিছে সেইবোৰ তিলাৱত কৰক আৰু সেইমতে আমল কৰক। তেওঁৰ বাণীক কোনেও পৰিবৰ্তন কৰিব নোৱাৰে। কিয়নো সেয়া পৰিপূৰ্ণৰূপে সত্য তথা ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত। আপুনি সেই পৱিত্ৰ মহান আল্লাহৰ বাহিৰে আন কোনো আশ্ৰয়স্থলো বিচাৰি নাপাব। তথা লুকোৱাবলৈও কোনো ঠাই নাপাব। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• اتخاذ المساجد على القبور، والصلاة فيها، والبناء عليها؛ غير جائز في شرعنا.
কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰা, তাত ছালাত আদায় কৰা আৰু তাৰ ওপৰত ভৱন নিৰ্মাণ কৰা আদি আমাৰ চৰীয়তত বৈধ নহয়। info

• في القصة إقامة الحجة على قدرة الله على الحشر وبعث الأجساد من القبور والحساب.
উক্ত ঘটনাৰ দ্বাৰা এই কথা প্ৰমাণ হয় যে, আল্লাহ তাআলাই কিয়ামতৰ দিনা একত্ৰিত কৰিবলৈ মানুহক পুনৰ্জীৱিত কৰি হিচাপ নিকাচ কৰাৰ ক্ষমতা ৰাখে। info

• دلَّت الآيات على أن المراء والجدال المحمود هو الجدال بالتي هي أحسن.
উক্ত আয়াতবোৰে এই কথাও প্ৰমাণ কৰে যে, প্ৰশংসনীয় বাদানুবাদ সেইটোৱেই যিটো উত্তম পন্থাৰে কৰা হয়। info

• السُّنَّة والأدب الشرعيان يقتضيان تعليق الأمور المستقبلية بمشيئة الله تعالى.
চৰীয়তৰ দৃষ্টিত ছুন্নত তথা আদব হৈছে এই যে, ভৱিষ্যতে কৰিবলগীয়া বিষয়বোৰ আল্লাহৰ ইচ্ছাৰ লগত সম্পৃক্ত কৰা উচিত। info