የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
17 : 19

فَاتَّخَذَتْ مِنْ دُوْنِهِمْ حِجَابًا ۫— فَاَرْسَلْنَاۤ اِلَیْهَا رُوْحَنَا فَتَمَثَّلَ لَهَا بَشَرًا سَوِیًّا ۟

ফলত তেওঁ নিজৰ বাবে এখন তম্বু সাজি লৈছিল। যাতে তেওঁ যেতিয়া নিজ প্ৰতিপালকৰ ইবাদত কৰিব তেতিয়া তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক প্ৰত্যক্ষ নকৰে। এই সময়ছোৱাতে আমি জিব্ৰীল আলাইহিচ্ছালামক তেওঁৰ ওচৰলৈ প্ৰেৰণ কৰিলোঁ। জিব্ৰীল আলাইহিচ্ছালাম তেওঁৰ ওচৰলৈ সম্পূৰ্ণৰূপে মানৱ আকৃতি ধাৰণ কৰি আগমণ কৰিলে। কিন্তু মৰিয়মে ভয় কৰিলে, ভাৱিলে কিবা বেয়া কৰ্ম কৰিব বিচাৰে নেকি। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الصبر على القيام بالتكاليف الشرعية مطلوب.
চৰীয়তি দায়িত্ব পালন কৰিবলৈ ধৈৰ্য্য ধাৰণ কৰা অতি আৱশ্যক। info

• علو منزلة بر الوالدين ومكانتها عند الله، فالله قرنه بشكره.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰাৰ মৰ্যাদা আল্লাহৰ ওচৰত অধিক, সেইকাৰণেই আল্লাহে ইয়াক তেওঁ কৃতজ্ঞতাৰ সৈতে স্থান দিছে। info

• مع كمال قدرة الله في آياته الباهرة التي أظهرها لمريم، إلا أنه جعلها تعمل بالأسباب ليصلها ثمرة النخلة.
আল্লাহে মৰিয়ম আলাইহাচ্ছালাম সম্পৰ্কে যদিও কিছুমান আশ্চৰ্যজনক নিদৰ্শন দেখুৱাই নিজৰ শক্তি সামৰ্থ প্ৰদৰ্শন কৰিছে, কিন্তু ইয়াৰ পিচতো তেওঁ মৰিয়মক ফল খোৱাবলৈ সাংসাৰিক মাধ্যম প্ৰয়োগ কৰিছে। info