Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (190) ምዕራፍ: አል-በቀራህ
وَقَاتِلُوْا فِیْ سَبِیْلِ اللّٰهِ الَّذِیْنَ یُقَاتِلُوْنَكُمْ وَلَا تَعْتَدُوْا ؕ— اِنَّ اللّٰهَ لَا یُحِبُّ الْمُعْتَدِیْنَ ۟
তথা আল্লাহৰ কলিমা উচ্চ কৰিবলৈ সেইসকল কাফিৰৰ লগত যুদ্ধ কৰা, যিসকলে তোমালোকক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখিবলৈ তোমালোকৰ লগত যুদ্ধ কৰে। কিন্তু আল্লাহৰ সীমাৰেখা উলংঘন নকৰিবা। যেনে- শিশু, মহিলা, আৰু বৃদ্ধক হত্যা নকৰিবা লগতে নিহত ব্যক্তিৰ অংগ কৰ্তন নকৰিবা। নিশ্চয় আল্লাহে তেওঁৰ চৰীয়ত আৰু আদেশৰ ক্ষেত্ৰত সীমালংঘনকাৰীক ভাল নাপায়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مشروعية الاعتكاف، وهو لزوم المسجد للعبادة؛ ولهذا يُنهى عن كل ما يعارض مقصود الاعتكاف، ومنه مباشرة المرأة.
ইয়াৰ দ্বাৰা এতেকাফৰ প্ৰমাণ পোৱা যায়। ইবাদতৰ উদ্দেশ্যে মছজিদত অৱস্থান কৰাকে এতেকাফ বোলে। এই কাৰণেই এতেকাফৰ অৱস্থাত প্ৰত্যেক সেই কৰ্মৰ পৰা নিষেধ কৰা হৈছে যিটো ইয়াৰ উদ্দেশ্যৰ বিপৰীত। যেনে- স্ত্ৰী সহবাস।

• النهي عن أكل أموال الناس بالباطل، وتحريم كل الوسائل والأساليب التي تقود لذلك، ومنها الرشوة.
ইয়াৰ দ্বাৰা বুজা গল, মানুহৰ সম্পদ অবৈধ ভাৱে ভক্ষণ কৰা হাৰাম। লগতে প্ৰত্যেক এনেকুৱা মাধ্যমো হাৰাম, যিটো মাধ্যমে হাৰাম কৰ্মত লিপ্ত কৰে। ইয়াৰে এটা প্ৰকাৰ হৈছে উৎকোচ।

• تحريم الاعتداء والنهي عنه؛ لأن هذا الدين قائم على العدل والإحسان.
অন্যায়-অত্যাচাৰ হাৰাম আৰু ইয়াৰ পৰা নিষেধ কৰা হৈছে। কিয়নো ইছলাম ন্যায় আৰু উত্তম ব্যৱহাৰ ওপৰত প্ৰতিষ্ঠিত।

 
የይዘት ትርጉም አንቀጽ: (190) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት