Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (193) ምዕራፍ: አል-በቀራህ
وَقٰتِلُوْهُمْ حَتّٰی لَا تَكُوْنَ فِتْنَةٌ وَّیَكُوْنَ الدِّیْنُ لِلّٰهِ ؕ— فَاِنِ انْتَهَوْا فَلَا عُدْوَانَ اِلَّا عَلَی الظّٰلِمِیْنَ ۟
আৰু কাফিৰসকলৰ লগত যুদ্ধ কৰা যেতিয়ালৈকে সিহঁতে শ্বিৰ্কৰ পৰা, আল্লাহৰ পথত বাধা দিয়াৰ পৰা আৰু কুফৰৰ পৰা বিৰত নাথাকিব। তথা যেতিয়ালৈকে আল্লাহৰ ধৰ্মৰ প্ৰভূত্ব প্ৰতিষ্ঠা নহব। যদি সিহঁতে কুফৰ আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰা এৰি দিয়ে তেন্তে সিহঁতৰ লগত তোমালোকে যুদ্ধ নকৰিবা। কাৰণ কুফৰকাৰীসকল আৰু আল্লাহৰ পথত বাধা প্ৰদান কৰা অত্যাচাৰীসকলৰ বাহিৰে আনৰ লগত শত্ৰুতা পোষণ কৰা উচিত নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مقصود الجهاد وغايته جَعْل الحكم لله تعالى وإزالة ما يمنع الناس من سماع الحق والدخول فيه.
জিহাদৰ উদ্দেশ্য হৈছে আল্লাহৰ আধিপত্য প্ৰতিষ্ঠা কৰা লগতে এনেকুৱা শক্তিক পৰাস্ত কৰা যি শক্তিয়ে মানুহক সত্য শুনিবলৈ আৰু সত্য স্বীকাৰ কৰিবলৈ বাধা প্ৰদান কৰে।

• ترك الجهاد والقعود عنه من أسباب هلاك الأمة؛ لأنه يؤدي إلى ضعفها وطمع العدو فيها.
জিহাদ পৰিত্যাগ কৰা আৰু ইয়াৰ পৰা নিজকে পৃথক কৰা হৈছে এই উম্মতৰ বিনাশৰ অন্যতম কাৰণ। কিয়নো ইয়াৰ ফলত উম্মতৰ মাজত দুৰ্বলতাই দেখা দিয়ে আৰু শত্ৰুসকলে তেওঁলোকৰ আভ্যন্তৰীণ বিষয়ত মাত মাতিবলৈ দুসাহস কৰে।

• وجوب إتمام الحج والعمرة لمن شرع فيهما، وجواز التحلل منهما بذبح هدي لمن مُنِع عن الحرم.
হজ্জ আৰু ওমৰাহ আৰম্ভ কৰাৰ পিছত সেয়া সম্পূৰ্ণ কৰা অনিবাৰ্য কিন্তু যিয়ে হৰমত যাবলৈ বাধাগ্ৰস্ত হব, সি কোৰবানী কৰি হালাল হোৱা তাৰ বাবে বৈধ।

 
የይዘት ትርጉም አንቀጽ: (193) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት