Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (194) ምዕራፍ: አል-በቀራህ
اَلشَّهْرُ الْحَرَامُ بِالشَّهْرِ الْحَرَامِ وَالْحُرُمٰتُ قِصَاصٌ ؕ— فَمَنِ اعْتَدٰی عَلَیْكُمْ فَاعْتَدُوْا عَلَیْهِ بِمِثْلِ مَا اعْتَدٰی عَلَیْكُمْ ۪— وَاتَّقُوا اللّٰهَ وَاعْلَمُوْۤا اَنَّ اللّٰهَ مَعَ الْمُتَّقِیْنَ ۟
চন ৭ হিজৰীৰ সন্মানিত মাহ, যি মাহত আল্লাহে তোমালোকক হৰমত প্ৰৱেশ কৰিবলৈ আৰু ওমৰাহ আদায় কৰিবলৈ সুযোগ প্ৰদান কৰিছিল। সেই সন্মানিত মাহৰ পৰিবৰ্তে যিটো ৬ হিজৰীত মুশ্বৰিকসকলে তোমালোকক হৰমত প্ৰৱেশ কৰিবলৈ বাধা দিছিল। দৰাচলতে সকলো প্ৰতিষ্ঠা যেনে- সন্মানিত নগৰ, সন্মানিত মাহ আৰু ইহৰাম- আদিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অত্যাচাৰীসকলৰ পৰা কিচাচ লোৱা হয়। ইয়াৰ মাজত যিয়ে তোমালোকৰ লগত অত্যাচাৰ কৰিব, তাৰ লগত তাৰ অত্যাচাৰ অনুপাতে প্ৰতিশোধ লবা। কিন্তু তুলনাতকৈ অধিক প্ৰতিশোধ নলবা। নিশ্চয় আল্লাহে তেওঁৰ সীমাৰেখা উলংঘনকাৰীক পছন্দ নকৰে। আল্লাহে যিবোৰ কাম কৰিবলৈ আদেশ দিছে, তাত সীমালংঘন নকৰিবা। আৰু জানি থোৱা! নিশ্চয় আল্লাহ সামৰ্থ প্ৰদান আৰু সমৰ্থনৰ জৰিয়তে মুত্ত্বাক্বীসকলৰ লগত থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مقصود الجهاد وغايته جَعْل الحكم لله تعالى وإزالة ما يمنع الناس من سماع الحق والدخول فيه.
জিহাদৰ উদ্দেশ্য হৈছে আল্লাহৰ আধিপত্য প্ৰতিষ্ঠা কৰা লগতে এনেকুৱা শক্তিক পৰাস্ত কৰা যি শক্তিয়ে মানুহক সত্য শুনিবলৈ আৰু সত্য স্বীকাৰ কৰিবলৈ বাধা প্ৰদান কৰে।

• ترك الجهاد والقعود عنه من أسباب هلاك الأمة؛ لأنه يؤدي إلى ضعفها وطمع العدو فيها.
জিহাদ পৰিত্যাগ কৰা আৰু ইয়াৰ পৰা নিজকে পৃথক কৰা হৈছে এই উম্মতৰ বিনাশৰ অন্যতম কাৰণ। কিয়নো ইয়াৰ ফলত উম্মতৰ মাজত দুৰ্বলতাই দেখা দিয়ে আৰু শত্ৰুসকলে তেওঁলোকৰ আভ্যন্তৰীণ বিষয়ত মাত মাতিবলৈ দুসাহস কৰে।

• وجوب إتمام الحج والعمرة لمن شرع فيهما، وجواز التحلل منهما بذبح هدي لمن مُنِع عن الحرم.
হজ্জ আৰু ওমৰাহ আৰম্ভ কৰাৰ পিছত সেয়া সম্পূৰ্ণ কৰা অনিবাৰ্য কিন্তু যিয়ে হৰমত যাবলৈ বাধাগ্ৰস্ত হব, সি কোৰবানী কৰি হালাল হোৱা তাৰ বাবে বৈধ।

 
የይዘት ትርጉም አንቀጽ: (194) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት