የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (199) ምዕራፍ: ሱረቱ አል-በቀራህ
ثُمَّ اَفِیْضُوْا مِنْ حَیْثُ اَفَاضَ النَّاسُ وَاسْتَغْفِرُوا اللّٰهَ ؕ— اِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟
আৰাফা ময়দানৰ পৰা ঠিক তেনেকৈ প্ৰত্যাৱৰ্তন কৰা যিদৰে ইব্ৰাহীম আলাইহিছ ছালামৰ অনুসাৰীসকলে প্ৰত্যাৱৰ্তন কৰিছিল। অজ্ঞতা যুগৰ লোকসকলৰ দৰে নহয়, সিহঁতে ইয়াত অৱস্থানেই কৰা নাছিল। তথা আল্লাহৰ আদেশ পালনত হোৱা দোষ-ত্ৰুটিৰ বাবে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• يجب على المؤمن التزود في سفر الدنيا وسفر الآخرة، ولذلك ذكر الله أن خير الزاد هو التقوى.
মুমিনসকলে দুনিয়া আৰু আখিৰাতৰ ভ্ৰমণৰ বাবে সম্বল সংগ্ৰহ কৰা উচিত। এই কাৰণেই আল্লাহে উল্লেখ কৰিছে যে, ভ্ৰমণৰ আটাইতকৈ উত্তম সম্বলটো হৈছে আল্লাহৰ তাক্বৱা।

• مشروعية الإكثار من ذكر الله تعالى عند إتمام نسك الحج.
ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে, হজ্জৰ কাৰ্যাৱলী সমাপ্ত হোৱাৰ পিছত আল্লাহক বেছি বেছি স্মৰণ কৰিব লাগে।

• اختلاف مقاصد الناس؛ فمنهم من جعل همّه الدنيا، فلا يسأل ربه غيرها، ومنهم من يسأله خير الدنيا والآخرة، وهذا هو الموفَّق.
মানুহৰ উদ্দেশ্য বিভিন্ন ধৰণৰ। কিছুমানে পৃথিৱীকেই নিজৰ লক্ষ্যস্থান কৰি লৈছে। সেয়ে আল্লাহৰ ওচৰত ইয়াৰ বাহিৰে আন একো নিবিচাৰে। আনহাতে কিছুমান মানুহে নিজ প্ৰতিপালকৰ ওচৰত দুনিয়া আৰু আখিৰাত উভয় স্থানৰ কল্যাণ কামনা কৰে আৰু এনেকুৱা লোকসকলেই সত্কৰ্মৰ তাওফীক প্ৰাপ্ত হয়।

 
የይዘት ትርጉም አንቀጽ: (199) ምዕራፍ: ሱረቱ አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት