Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (247) ምዕራፍ: አል-በቀራህ
وَقَالَ لَهُمْ نَبِیُّهُمْ اِنَّ اللّٰهَ قَدْ بَعَثَ لَكُمْ طَالُوْتَ مَلِكًا ؕ— قَالُوْۤا اَنّٰی یَكُوْنُ لَهُ الْمُلْكُ عَلَیْنَا وَنَحْنُ اَحَقُّ بِالْمُلْكِ مِنْهُ وَلَمْ یُؤْتَ سَعَةً مِّنَ الْمَالِ ؕ— قَالَ اِنَّ اللّٰهَ اصْطَفٰىهُ عَلَیْكُمْ وَزَادَهٗ بَسْطَةً فِی الْعِلْمِ وَالْجِسْمِ ؕ— وَاللّٰهُ یُؤْتِیْ مُلْكَهٗ مَنْ یَّشَآءُ ؕ— وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ۟
সিহঁতৰ নবীয়ে সিহঁতক কলেঃ আল্লাহে তালূতক তোমালোকৰ বাবে বাদশ্বাহ নিযুক্ত কৰিছে, যাতে তোমালোকে তেওঁৰ পতাকাৰ তলত যুদ্ধ কৰা। তেতিয়া সিহঁতৰ প্ৰমুখসকলে অভিযোগ কৰি কলেঃ সি আমাৰ বাদশ্বাহ কেনেকৈ হব পাৰে? তাতকৈ আমিহে বাদশ্বাহ হোৱাৰ বেছি উপযুক্ত। তাৰ পুৰ্বপুৰুষৰ কোনেও বাদশ্বাহ নাছিল আনহাতে সি ঐশৰ্যশীলো নহয় যে, নিজৰ সম্পত্তিৰে ৰাজত্বত সহায় কৰিব। সিহঁতৰ নবীয়ে কৈছিলঃ আল্লাহে তেওঁক তোমালোকৰ বাবে নিৰ্বাচন কৰিছে লগতে তেওঁক অধিক জ্ঞান আৰু শাৰীৰিক শক্তি প্ৰদান কৰিছে। দৰাচলতে আল্লাহে তেওঁৰ প্ৰজ্ঞা আৰু কৃপাত যাক ইচ্ছা তাকে ৰাজত্ব প্ৰদান কৰে। আল্লাহ অতি অনুগ্ৰহশীল, যাক ইচ্ছা প্ৰদান কৰে। তথা তেওঁ নিজৰ উপযুক্ত বান্দাসকলৰ বিষয়ে সম্যক অৱগত।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التنبيه إلى أهم صفات القائد التي تؤهله لقيادة الناس؛ وهي العلم بما يكون قائدًا فيه، والقوة عليه.
নেতাৰ বৈশিষ্ট্য, যি গুণে তাক নেতৃত্বৰ উপযুক্ত বনায়। সেয়া হৈছেঃ নেতৃত্ব সম্পৰ্কে সম্যক জ্ঞান আৰু নেতৃত্ব দিয়াৰ ক্ষমতা।

• إرشاد من يتولى قيادة الناس إلى ألا يغتر بأقوالهم حتى يبلوهم، ويختبر أفعالهم بعد أقوالهم.
নেতৃত্ব প্ৰদানকাৰী সকলক এই উপদেশ দিয়া হৈছে যে, মানুহক পৰীক্ষা নকৰাকৈ সিহঁতৰ কথাত ভুল নাযাবা। সিহঁতৰ কথাৰ লগতে কৰ্মৰ পৰীক্ষাৰ লবা।

• أن الاعتبارات التي قد تشتهر بين الناس في وزن الآخرين والحكم عليهم قد لا تكون هي الموازين الصحيحة عند الله تعالى، بل هو سبحانه يصطفي من يشاء من خلقه بحكمته وعلمه.
আনক তুলনা কৰা আৰু সিহঁতৰ বিষয়ে কোনো মন্তব্য কৰাৰ যিটো নিয়ম মানুহৰ মাজত প্ৰচলিত হৈ আছে সেয়া কেতিয়াবা আল্লাহৰ ওচৰত সঠিক বুলি বিবেচিত নহয়। বৰং আল্লাহে তেওঁৰ হিকমত আৰু জ্ঞানৰ জৰিয়তে তেওঁৰ যি বান্দাক ইচ্ছা কৰে তাকেই নিৰ্বাচন কৰে।

 
የይዘት ትርጉም አንቀጽ: (247) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት