የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (277) ምዕራፍ: ሱረቱ አል-በቀራህ
اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَاَقَامُوا الصَّلٰوةَ وَاٰتَوُا الزَّكٰوةَ لَهُمْ اَجْرُهُمْ عِنْدَ رَبِّهِمْ ۚ— وَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟
প্ৰকৃততে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে, তেওঁৰ ৰাছুলৰ অনুসৰণ কৰিছে, সত্কৰ্ম কৰিছে আৰু আল্লাহে যেনেকৈ কৈছে সেই অনুযায়ী সম্পূৰ্ণ ছালাত আদায় কৰিছে, লগতে যাকাতৰ উপযুক্ত ব্যক্তিক যাকাত প্ৰদান কৰিছে, তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ প্ৰতিদান পাব। ভৱিষ্যতৰ কোনো চিন্তা তেওঁলোকৰ নাথাকিব আৰু পৃথিৱীত এৰি থৈ যোৱা বস্তুৰ প্ৰতিও কোনো দুখ নহ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من أعظم الكبائر أكل الربا، ولهذا توعد الله تعالى آكله بالحرب وبالمحق في الدنيا والتخبط في الآخرة.
ডাঙৰ গুনাহৰ এটা অন্যতম গুনাহ হৈছে সুতৰ লেনদেন। সেয়ে আল্লাহে সুত খোৱা ব্যক্তিৰ লগত যুদ্ধ তথা পৃথিৱীত আৰ্থিক বিনাশ আৰু আখিৰাতত বলীয়া হ'ব বুলি সতৰ্ক কৰিছে।

• الالتزام بأحكام الشرع في المعاملات المالية ينزل البركة والنماء فيها.
আৰ্থিক বিষয়ত চৰীয়তৰ আদেশ পালন কৰিলে ধন-সম্পত্তিত বৰকত হয়।

• فضل الصبر على المعسر، والتخفيف عنه بالتصدق عليه ببعض الدَّين أو كله.
আৰ্থিকভাৱে অচল ব্যক্তিক ঋণ পৰিশোধ কৰাৰ দাবীৰ ক্ষেত্ৰত ধৈৰ্য ধৰিবলৈ কোৱা হৈছে লগতে সম্পূৰ্ণ ঋণ অথবা আংশিক ঋণ ক্ষমা কৰি দিয়াৰ ফজিলত বৰ্ণনা কৰা হৈছে।

 
የይዘት ትርጉም አንቀጽ: (277) ምዕራፍ: ሱረቱ አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት