Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (281) ምዕራፍ: አል-በቀራህ
وَاتَّقُوْا یَوْمًا تُرْجَعُوْنَ فِیْهِ اِلَی اللّٰهِ ۫— ثُمَّ تُوَفّٰی كُلُّ نَفْسٍ مَّا كَسَبَتْ وَهُمْ لَا یُظْلَمُوْنَ ۟۠
সেই দিনাৰ শাস্তিক ভয় কৰা যিদিনা তোমালোকক আল্লাহৰ পিনে উভতাই নিয়া হ'ব আৰু তেওঁৰ সন্মুখত থিয় হ'বা। তেতিয়া প্ৰত্যেককে নিজৰ ভাল অথবা বেয়া কৰ্মৰ প্ৰতিদান দিয়া হ'ব। সেই ছোৱাব হ্ৰাস কৰি অথবা অধিক শাস্তিৰে কাকো অত্যাচাৰ কৰা নহ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من أعظم الكبائر أكل الربا، ولهذا توعد الله تعالى آكله بالحرب وبالمحق في الدنيا والتخبط في الآخرة.
ডাঙৰ গুনাহৰ এটা অন্যতম গুনাহ হৈছে সুতৰ লেনদেন। সেয়ে আল্লাহে সুত খোৱা ব্যক্তিৰ লগত যুদ্ধ তথা পৃথিৱীত আৰ্থিক বিনাশ আৰু আখিৰাতত বলীয়া হ'ব বুলি সতৰ্ক কৰিছে।

• الالتزام بأحكام الشرع في المعاملات المالية ينزل البركة والنماء فيها.
আৰ্থিক বিষয়ত চৰীয়তৰ আদেশ পালন কৰিলে ধন-সম্পত্তিত বৰকত হয়।

• فضل الصبر على المعسر، والتخفيف عنه بالتصدق عليه ببعض الدَّين أو كله.
আৰ্থিকভাৱে অচল ব্যক্তিক ঋণ পৰিশোধ কৰাৰ দাবীৰ ক্ষেত্ৰত ধৈৰ্য ধৰিবলৈ কোৱা হৈছে লগতে সম্পূৰ্ণ ঋণ অথবা আংশিক ঋণ ক্ষমা কৰি দিয়াৰ ফজিলত বৰ্ণনা কৰা হৈছে।

 
የይዘት ትርጉም አንቀጽ: (281) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት