የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
41 : 2

وَاٰمِنُوْا بِمَاۤ اَنْزَلْتُ مُصَدِّقًا لِّمَا مَعَكُمْ وَلَا تَكُوْنُوْۤا اَوَّلَ كَافِرٍ بِهٖ ۪— وَلَا تَشْتَرُوْا بِاٰیٰتِیْ ثَمَنًا قَلِیْلًا ؗ— وَّاِیَّایَ فَاتَّقُوْنِ ۟

আৰু সেই কোৰআনৰ প্ৰতি ঈমান পোষণ কৰা যিটো মই মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ কৰিছো। যি পুথিয়ে অবিকৃত তৌৰাতৰ সত্যায়ন কৰে, য’ত আছে আল্লাহৰ একত্ববাদৰ কথা আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়। এতেকে তোমালোকে ইয়াৰ প্ৰথম অস্বীকাৰকাৰী নহবা আৰু মোৰ আয়াতৰ পৰিবৰ্তে প্ৰতিষ্ঠা আৰু পদৰ তুচ্ছ মূল্য গ্ৰহণ নকৰিবা। এতেকে মোৰ ক্ৰোধ আৰু শাস্তিক ভয় কৰা। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من أعظم الخذلان أن يأمر الإنسان غيره بالبر، وينسى نفسه.
ডাঙৰ ব্যৰ্থতা এইটো যে, মানুহে আনক সত্কৰ্মৰ আদেশ দিয়ে আৰু নিজকে পাহৰি যায়। info

• الصبر والصلاة من أعظم ما يعين العبد في شؤونه كلها.
ধৈৰ্য আৰু ছালাতে বান্দাৰ সকলো কৰ্মতে বৰ সহায় কৰে। info

• في يوم القيامة لا يَدْفَعُ العذابَ عن المرء الشفعاءُ ولا الفداءُ، ولا ينفعه إلا عمله الصالح.
ক্বিয়ামতৰ দিনা মানুহে মধ্যস্ততাকাৰী আৰু মুক্তিপণৰ দ্বাৰা শাস্তিৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে, আৰু সত্কৰ্মৰ বাহিৰে আন একোৱেই উপকৃত কৰিব নোৱাৰে। info