Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (73) ምዕራፍ: አል-በቀራህ
فَقُلْنَا اضْرِبُوْهُ بِبَعْضِهَا ؕ— كَذٰلِكَ یُحْیِ اللّٰهُ الْمَوْتٰی وَیُرِیْكُمْ اٰیٰتِهٖ لَعَلَّكُمْ تَعْقِلُوْنَ ۟
তাৰ পিছত আমি কলোঃ নিহত ব্যক্তিৰ শৰীৰত গাই গৰুৰ কোনো এটা মাংসৰ টুকুৰাৰে আঘাত কৰা যিজনী গাই জবেহ কৰিবলৈ আদেশ দিয়া হৈছিল। আল্লাহে তাক হত্যাকাৰীৰ বিষয়ে জনাবলৈ জীৱিত কৰিব। এতেকে সিহঁতে তেনেকুৱা কৰিলে আৰু মৃত ব্যক্তি জীৱিত হৈ হত্যাকাৰী সম্পৰ্কে জনাই দিলে। এতেকে শুনা! যিদৰে আল্লাহে এই মৃত ব্যক্তিক জীৱিত কৰিলে সেইদৰে ক্বিয়ামতৰ দিনাও আল্লাহে সকলো মৃত ব্যক্তিক পুনৰ জীৱিত কৰিব। আল্লাহ তাআলাই তেওঁৰ ক্ষমতাৰ স্পষ্ট প্ৰমাণ দেখুৱালে যাতে তোমালোকে বুজি পোৱা আৰু আল্লাহৰ প্ৰতি পূৰ্ণ বিশ্বাস স্থাপন কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أن بعض قلوب العباد أشد قسوة من الحجارة الصلبة؛ فلا تلين لموعظة، ولا تَرِقُّ لذكرى.
কিছুমান বান্দাৰ অন্তৰ শিলতকৈও অধিক কঠোৰ হয়। যিটো নছীহতৰ দ্বাৰাও কোমল নহয় আৰু সদুপদেশৰ দ্বাৰাও প্ৰভাৱিত নহয়।

• أن الدلائل والبينات - وإن عظمت - لا تنفع إن لم يكن القلب مستسلمًا خاشعًا لله.
দলীল-প্ৰমাণ আৰু নিদৰ্শন যিমানেই ডাঙৰ নহওঁক কিয়, হৃদয়ত যদি আল্লাহৰ ওচৰত আত্মসমৰ্পণৰ ইচ্ছা আৰু ভয় নাথাকে তেন্তে কোনো উপকাৰ নহব।

• كشفت الآيات حقيقة ما انطوت عليه أنفس اليهود، حيث توارثوا الرعونة والخداع والتلاعب بالدين.
এই আয়াতসমূহে ইয়াহুদীসকলৰ আভ্যন্তৰীণ বিষয়সমূহ প্ৰকাশ কৰিছে। চক্ৰান্ত, প্ৰতাৰনা আৰু দ্বীনৰ সৈতে ধেমালি এইবোৰ সিহঁতে উত্তৰাধিকাৰী হিচাপে পাইছে।

 
የይዘት ትርጉም አንቀጽ: (73) ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት