የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (96) ምዕራፍ: ሱረቱ አል-በቀራህ
وَلَتَجِدَنَّهُمْ اَحْرَصَ النَّاسِ عَلٰی حَیٰوةٍ ۛۚ— وَمِنَ الَّذِیْنَ اَشْرَكُوْا ۛۚ— یَوَدُّ اَحَدُهُمْ لَوْ یُعَمَّرُ اَلْفَ سَنَةٍ ۚ— وَمَا هُوَ بِمُزَحْزِحِهٖ مِنَ الْعَذَابِ اَنْ یُّعَمَّرَ ؕ— وَاللّٰهُ بَصِیْرٌ بِمَا یَعْمَلُوْنَ ۟۠
হে নবী! আপুনি আন আন মানুহতকৈ ইয়াহুদীসকলক অধিক জীয়াই থকাৰ বাসনাকাৰী হিচাপে পাব। যদিও তুচ্ছ আৰু নিকৃষ্ট জীৱনেই নহওঁক কিয়। এই ক্ষেত্ৰত ইহঁতে মুশ্বৰিকসকলতকৈয়ো এখোজ আগবঢ়া যিসকলে পুনৰুত্থান আৰু হিচাপ নিকাচ বিশ্বাস নকৰে। আহলে কিতাব তথা পুনৰুত্থান আৰু হিচাপ-নিকাচৰ প্ৰতি বিশ্বাস কৰাৰ পিছতো ইহঁতৰ প্ৰত্যেক ব্যক্তিয়ে হেজাৰ বছৰ আয়ু কামনা কৰে। অথচ সিহঁতৰ দীৰ্ঘ জীৱনে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। আল্লাহ সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত আৰু সিহঁতক দেখি আছে। তেওঁৰ পৰা কোনো বস্তু গোপন নহয় আৰু তেওঁ প্ৰত্যেককে তাৰ আমলৰ প্ৰতিদান দিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• المؤمن الحق يرجو ما عند الله من النعيم المقيم، ولهذا يفرح بلقاء الله ولا يخشى الموت.
প্ৰকৃত মুমিনে আল্লাহৰ ওচৰত পাবলগীয়া স্থায়ী নিয়ামতৰ আশা পোষণ কৰে। সেই কাৰণে তেওঁ আল্লাহৰ সাক্ষাতত আনন্দ প্ৰকাশ কৰে আৰু মৃত্যুক ভয় নকৰে।

• حِرص اليهود على الحياة الدنيا حتى لو كانت حياة حقيرة مهينة غير كريمة.
পাৰ্থিৱ জীৱনৰ প্ৰতি ইয়াহুদীসকলৰ লোভ-লালসা অধিক। যদিও সেই জীৱন তুচ্ছ আৰু নিকৃষ্ট নহওঁক কিয়।

• أنّ من عادى أولياء الله المقربين منه فقد عادى الله تعالى.
আল্লাহৰ নিকটৱৰ্তী আওলিয়াসকলৰ লগত শত্ৰুতা পোষণ কৰা দৰাচলতে আল্লাহৰ লগত শত্ৰুতা পোষণ কৰা বুজায়।

• إعراض اليهود عن نبوة محمد صلى الله عليه وسلم بعدما عرفوا تصديقه لما في أيديهم من التوراة.
ইয়াহুদীবিলাকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ পৰা মুখ ঘূৰাই লৈছিল, এই কথা জনাৰ পিছতো যে, তেখেতে সিহঁতৰ ওচৰত থকা তাওৰাতৰো সত্যায়ন কৰে।

• أنَّ من لم ينتفع بعلمه صح أن يوصف بالجهل؛ لأنه شابه الجاهل في جهله.
যিয়ে নিজৰ জ্ঞানৰ দ্বাৰা উপকৃত নহয় সি মুৰ্খৰ ন্যায়। কাৰণ সি জ্ঞানৰ দ্বাৰা উপকৃত নহৈ মুৰ্খৰ পৰিচয় দিয়ে।

 
የይዘት ትርጉም አንቀጽ: (96) ምዕራፍ: ሱረቱ አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት