የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
45 : 20

قَالَا رَبَّنَاۤ اِنَّنَا نَخَافُ اَنْ یَّفْرُطَ عَلَیْنَاۤ اَوْ اَنْ یَّطْغٰی ۟

মূছা আৰু হাৰূন আলাইহিমাচ্ছালামে ক'লেঃ আমি আশংকা কৰিছোঁ, আমি তাক নিমন্ত্ৰণ কৰাৰ পূৰ্বেই সি আমাক শাস্তি বিহিব। নাইবা হত্যা তথা অন্য কোনো শাস্তিৰ দ্বাৰা আমাৰ ওপৰত অন্যায়ৰ সীমা অতিক্ৰম কৰিব। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• كمال اعتناء الله بكليمه موسى عليه السلام والأنبياء والرسل، ولورثتهم نصيب من هذا الاعتناء على حسب أحوالهم مع الله.
কালিমুল্লাহ মূছা আলাইহিচ্ছালাম আৰু অন্যান্য নবী ৰাছুলসকলে আল্লাহৰ পূৰ্ণ সহযোগ লাভ কৰিছে। তথা তেওঁলোকৰ উত্তৰাধিকাৰীসকলেও আল্লাহৰ লগত থকা সম্পৰ্ক অনুযায়ী এই সহযোগৰ কিছু অংশ লাভ কৰিছে। info

• من الهداية العامة للمخلوقات أن تجد كل مخلوق يسعى لما خلق له من المنافع، وفي دفع المضار عن نفسه.
সকলো সৃষ্টিয়ে সাধাৰণ মাৰ্গদৰ্শন লাভ কৰাৰ ফলস্বৰূপেই প্ৰত্যেক সৃষ্টিয়ে সেই লাভাংশ পাবলৈ চেষ্টা কৰে, যাৰ বাবে তাক সৃষ্টি কৰা হৈছে। তথা নিজকে সকলো প্ৰকাৰ অনিষ্টৰ পৰা ৰক্ষা কৰাৰ প্ৰয়াস কৰে। info

• بيان فضيلة الأمر بالمعروف والنهي عن المنكر، وأن ذلك يكون باللين من القول لمن معه القوة، وضُمِنَت له العصمة.
সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ গুৰুত্বৰ বৰ্ণনা। তথা ক্ষমতাধাৰী ব্যক্তিৰ লগত নম্ৰভাৱে এই দায়িত্ব পালন কৰা উচিত। info

• الله هو المختص بعلم الغيب في الماضي والحاضر والمستقبل.
অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কীয় সকলো গায়েবৰ জ্ঞান একমাত্ৰ আল্লাহৰ বাবে নিৰ্দিষ্ট। info