የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
67 : 20

فَاَوْجَسَ فِیْ نَفْسِهٖ خِیْفَةً مُّوْسٰی ۟

এতেকে সিহঁতৰ এই কৰ্ম দেখি মূছা আলাইহিচ্ছালামৰ অন্তৰত ভয় অনুভৱ হ'বলৈ ধৰিলে। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• لا يفوز ولا ينجو الساحر حيث أتى من الأرض أو حيث احتال، ولا يحصل مقصوده بالسحر خيرًا كان أو شرًّا.
যাদুকৰ পৃথিৱীৰ য'তেই নাযাওক আৰু যি চক্ৰান্তই নকৰক কিয়, কেতিয়াও সফল হ'ব নোৱাৰিব তথা সাৰি যাব নোৱাৰিব, আনকি যাদুৰ জৰিয়তে সি ভাল অথবা বেয়া কোনো লক্ষ্যতেই উপনীত হ'ব নোৱাৰিব। info

• الإيمان يصنع المعجزات؛ فقد كان إيمان السحرة أرسخ من الجبال، فهان عليهم عذاب الدنيا، ولم يبالوا بتهديد فرعون.
ঈমানে চমৎকাৰ কৰে, কিয়নো যাদুকৰসকলৰ ঈমান আছিল পৰ্বতৰ দৰে মজবুত, সেই কাৰণেই তেওঁলোকে পৃথিৱীৰ শাস্তিক তুচ্ছ জ্ঞান কৰিছিল, তথা ফিৰআউনৰ ধমকক ভ্ৰূক্ষেপ কৰা নাছিল। info

• دأب الطغاة التهديد بالعذاب الشديد لأهل الحق والإمعان في ذلك للإذلال والإهانة.
স্বৈৰাচাৰী তথা দমনকাৰী শাসকসকলৰ পূৰ্বৰ পৰাই এই নিয়ম চলি আহিছে যে, সিহঁতে সত্যৰ পথত চলা লোকসকলক দমন কৰিবলৈ তথা সিহঁতৰ কথা মানিবলৈ বাধ্য কৰোৱাৰ বাবে শাস্তিৰ ধমক দিয়ে। info