የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
99 : 21

لَوْ كَانَ هٰۤؤُلَآءِ اٰلِهَةً مَّا وَرَدُوْهَا ؕ— وَكُلٌّ فِیْهَا خٰلِدُوْنَ ۟

যদি সিহঁতৰ এই উপাস্যবোৰ সঁচাই উপাসনাৰ যোগ্য হ’লহেঁতেন, আৰু সিহঁতৰ সন্মুখত শিৰ নত কৰা ঠিক হ’লহেঁতেন, তেন্তে নিজ উপাস্যবোৰৰ সৈতে সিহঁত জাহান্নামত প্ৰৱেশ নকৰিলেহেঁতেন। কিয়নো এই উপাসক আৰু উপাস্য সকলোৱে জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত চিৰকাল অৱস্থান কৰিব, কেতিয়াও তাৰ পৰা ওলাব নোৱাৰিব। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• التنويه بالعفاف وبيان فضله.
সতী-সাধ্বী তথা সততাৰ প্ৰশংসা আৰু ইয়াৰ মহত্বৰ বৰ্ণনা। info

• اتفاق الرسالات السماوية في التوحيد وأسس العبادات.
তাওহীদ আৰু ইবাদতৰ মূল ভিত্তিৰ ক্ষেত্ৰত সকলো আচমানী ধৰ্ম এক। info

• فَتْح سد يأجوج ومأجوج من علامات الساعة الكبرى.
ইয়াজুজ আৰু মাজুজৰ বান্ধোন খুলি যোৱাটো হৈছে কিয়ামতৰ এটা ডাঙৰ প্ৰতীক। info

• الغفلة عن الاستعداد ليوم القيامة سبب لمعاناة أهوالها.
কিয়ামত দিৱসৰ বাবে প্ৰস্তুতি নোলোৱাৰ ক্ষেত্ৰত অমনোযোগিতাৰ কাৰণে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। info