የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
76 : 25

خٰلِدِیْنَ فِیْهَا ؕ— حَسُنَتْ مُسْتَقَرًّا وَّمُقَامًا ۟

তেওঁলোকে তাত চিৰকাল অৱস্থান কৰিব। কিমান উৎকৃষ্ট বাসস্থান, য’ত তেওঁলোকে বসবাস কৰিব! তথা সেইটো সৰ্বোৎকৃষ্ট ঠাই, য’ত তেওঁলোকে অৱস্থান কৰিব। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من صفات عباد الرحمن: البعد عن الشرك، وتجنُّب قتل الأنفس بغير حق، والبعد عن الزنى، والبعد عن الباطل، والاعتبار بآيات الله، والدعاء.
শ্বিৰ্কৰ পৰা বিৰত থকা, নিৰপৰাধ ব্যক্তিক হত্যাৰ পৰা বিৰত থকা, ব্যভিচাৰৰ পৰা দূৰৈত থকা, অসত্যৰ পৰা দূৰৈত থকা, আল্লাহৰ নিদৰ্শন আদিৰ পৰা শিক্ষা গ্ৰহণ কৰা, দুআ কৰা ইত্যাদি হৈছে ৰহমানৰ প্ৰিয় বান্দাসকলৰ অন্যতম বৈশিষ্ট্য। info

• التوبة النصوح تقتضي ترك المعصية وفعل الطاعة.
সত্য তাওবাৰ দাবী হৈছে গুনাহ পৰিত্যাগ কৰা, লগতে সৎকৰ্ম কৰা। info

• الصبر سبب في دخول الفردوس الأعلى من الجنة.
ধৈৰ্য্য ধাৰণ কৰাটো হৈছে জান্নাতুল ফিৰদাউচত প্ৰৱেশ কৰাৰ উপায়। info

• غنى الله عن إيمان الكفار.
কাফিৰসকলৰ ঈমানৰ পৰা আল্লাহ অমুখাপেক্ষী। info