የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
158 : 26

فَاَخَذَهُمُ الْعَذَابُ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیَةً ؕ— وَمَا كَانَ اَكْثَرُهُمْ مُّؤْمِنِیْنَ ۟

অৱশেষত সেই শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে, যি শাস্তিৰ পৰা সিহঁতক সতৰ্ক কৰা হৈছিল। শাস্তিটো আছিল ভয়াৱহ ভূমিকম্প আৰু প্ৰচণ্ড চিয়ঁৰ। ছলেহ আলাইহিচ্ছালাম আৰু তেওঁৰ জাতিৰ এই ঘটনাৰ মাজত শিক্ষা গ্ৰহণকাৰীসকলৰ বাবে আছে শিক্ষা। তথাপিও সিহঁতৰ মাজৰ অধিকাংশই ঈমান পোষণ কৰা নাছিল। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• توالي النعم مع الكفر استدراج للهلاك.
কুফৰী কৰাৰ পিছতো ধাৰাবাহিকভাৱে নিয়ামত পোৱাটোৱে ধ্বংসৰ পিনে গতি কৰা বুজায়। info

• التذكير بالنعم يُرتجى منه الإيمان والعودة إلى الله من العبد.
এইকাৰণে নিয়ামত স্মৰণ কৰাই দিয়া হয়, যাতে বান্দাই ঈমান পোষণ কৰে আৰু আল্লাহৰ ফালে উভতি আহে। info

• المعاصي هي سبب الفساد في الأرض.
পাপ কৰ্মই হৈছে পৃথিৱীত উপদ্ৰৱ তথা বিপৰ্যয় সৃষ্টিৰ মূল কাৰক। info