የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
30 : 26

قَالَ اَوَلَوْ جِئْتُكَ بِشَیْءٍ مُّبِیْنٍ ۟ۚ

মুছা আলাইহিচ্ছালামে ফিৰআউনক ক’লেঃ শুনা! মই যদি তোমাৰ ওচৰলৈ এনেকুৱা এটা বস্তু লৈ আহোঁ, যিটোৱে মই আল্লাহৰ ফালৰ পৰা তোমাৰ ওচৰলৈ লৈ অহা বিষয়টোৰ সত্যতা প্ৰমাণ কৰিব, তথাপিও তুমি মোক কাৰাৰুদ্ধ কৰিবানে?! info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• أخطاء الداعية السابقة والنعم التي عليه لا تعني عدم دعوته لمن أخطأ بحقه أو أنعم عليه.
আহ্বায়ক ব্যক্তিৰ পূৰ্বৱৰ্তী ভুল-ত্ৰুটি আৰু তেওঁৰ প্ৰতি কৰা উপকাৰ, কেতিয়াও প্ৰাচীৰ হ'ব নোৱাৰে যে, তেওঁ যাৰ ক্ষতি কৰিছে অথবা যিয়ে তেওঁক উপকাৰ কৰিছে সিহঁতক আহ্বান কৰিব নোৱাৰিব। info

• اتخاذ الأسباب للحماية من العدو لا ينافي الإيمان والتوكل على الله.
শত্ৰুৰ পৰা ৰক্ষা পাবলৈ উপায় অৱলম্বন কৰাটো ঈমান তথা আল্লাহৰ প্ৰতি ভৰসাৰ পৰিপন্থী নহয়। info

• دلالة مخلوقات الله على ربوبيته ووحدانيته.
আল্লাহৰ সৃষ্টিসমূহৰ মাজতেই তেওঁৰ প্ৰভুত্ব আৰু একত্বৰ প্ৰমাণ নিহিত হৈ আছে। info

• ضعف الحجة سبب من أسباب ممارسة العنف.
যুক্তিত দৰ্বল হ’লে মানুহে হিংসাত্মক কাৰ্য্য কৰাতো কুণ্ঠাবোধ নকৰে। info

• إثارة العامة ضد أهل الدين أسلوب الطغاة.
জনতাক ধাৰ্মিক লোকসকলৰ বিৰুদ্ধে উচটনি দিয়াটো অত্যাচাৰী শাসকসকলৰ নীতি। info