Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (47) ምዕራፍ: አን ነምል
قَالُوا اطَّیَّرْنَا بِكَ وَبِمَنْ مَّعَكَ ؕ— قَالَ طٰٓىِٕرُكُمْ عِنْدَ اللّٰهِ بَلْ اَنْتُمْ قَوْمٌ تُفْتَنُوْنَ ۟
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে সত্যৰ প্ৰতি অহংকাৰ কৰি ক’লেঃ আমি তোমাক আৰু তোমাৰ লগত থকা মুমিনসকলক অমঙ্গলৰ প্ৰতীক বুলি ভাৱোঁ। তেতিয়া ছলেহ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ তোমালোকে চৰাই উৰাই যি ভাগ্য নিৰ্ণয় কৰা তথা অনিষ্টৰ পৰা ৰক্ষা পাব বিচৰা, সেইটোৰ বাস্তৱিকতা সম্পৰ্কে আল্লাহেই ভালদৰে জানে, তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। বৰং তোমালোকক যিদৰে অধিক মাত্ৰাত জীৱিকা প্ৰশস্ত কৰি দিয়া হৈছে, তথা যিদৰে তোমালোক গুনাহত লিপ্ত হৈছা, এইবোৰ দৰাচলতে তোমালোকৰ বাবে এটা পৰীক্ষা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الاستغفار من المعاصي سبب لرحمة الله.
গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰাটো হৈছে আল্লাহৰ ৰহমতৰ কাৰণ।

• التشاؤم بالأشخاص والأشياء ليس من صفات المؤمنين.
ব্যক্তি তথা কোনো বস্তুৰ দ্বাৰা মঙ্গল অমঙ্গল নিৰ্ণয় কৰাটো মুমিনসকলৰ বৈশিষ্ট্য নহয়।

• عاقبة التمالؤ على الشر والمكر بأهل الحق سيئة.
সত্যবাদীসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰু তেওঁলোকক অনিষ্ট কৰাৰ বেয়া পৰিণাম।

• إعلان المنكر أقبح من الاستتار به.
গোপনে কৰা গুনাহৰ তুলনাত প্ৰকাশ্যভাৱে কৰা গুনাহৰ পৰিণাম অধিক বেয়া।

• الإنكار على أهل الفسوق والفجور واجب.
পাপিষ্ঠ তথা অঘৱন্ত লোকৰ নিন্দা কৰা অতি আৱশ্যক।

 
የይዘት ትርጉም አንቀጽ: (47) ምዕራፍ: አን ነምል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት