የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
91 : 27

اِنَّمَاۤ اُمِرْتُ اَنْ اَعْبُدَ رَبَّ هٰذِهِ الْبَلْدَةِ الَّذِیْ حَرَّمَهَا وَلَهٗ كُلُّ شَیْءٍ ؗ— وَّاُمِرْتُ اَنْ اَكُوْنَ مِنَ الْمُسْلِمِیْنَ ۟ۙ

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, মোক আদেশ দিয়া হৈছে, মই যাতে মক্কাৰ প্ৰতিপালকৰ ইবাদত কৰোঁ, যিয়ে এই চহৰক সন্মানিত কৰিছে। গতিকে ইয়াত তেজ প্ৰবাহিত কৰা অনুচিত। কাৰো প্ৰতি অন্যায় কৰাও অবৈধ। ইয়াত চিকাৰ কৰাও নিষিদ্ধ। ইয়াত থকা গছ-গছনি আদি কাটি পেলোৱা নিষিদ্ধ। তেৱেঁই সকলো বস্তুৰ গৰাকী। লগতে মোক আদেশ দিয়া হৈছে, মই যাতে আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰোঁ তথা তেওঁৰ আনুগত্য কৰি আজ্ঞাকাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাওঁ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الإيمان والعمل الصالح سببا النجاة من الفزع يوم القيامة.
ঈমান আৰু সৎকৰ্ম হৈছে কিয়ামতৰ দিনা ভয়-ভীতিৰ পৰা মুক্তি লাভ কৰাৰ উপায়। info

• الكفر والعصيان سبب في دخول النار.
কুফৰ আৰু পাপকৰ্ম হৈছে জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ। info

• تحريم القتل والظلم والصيد في الحرم.
হৰমৰ সীমাৰেখাৰ ভিতৰত অন্যায়-অত্যাচাৰ আৰু হত্যা আদি সম্পূৰূপে নিষিদ্ধ। info

• النصر والتمكين عاقبة المؤمنين.
সহায় আৰু বিজয় লাভ কৰাটোৱে হৈছে মুমিনসকলৰ শেষ পৰিণতি। info