የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (11) ምዕራፍ: ሱረቱ አል ዐንከቡት
وَلَیَعْلَمَنَّ اللّٰهُ الَّذِیْنَ اٰمَنُوْا وَلَیَعْلَمَنَّ الْمُنٰفِقِیْنَ ۟
প্ৰকৃততে যিসকলে ঈমান আনিছে নিশ্চিতভাৱে আল্লাহে তেওঁলোকক বাচি উলিয়াব, আনহাতে সেইসকল লোকৰো স্বৰূপ প্ৰকাশ কৰিব, যিসকলে ঈমান অনা বুলি কেৱল মুখেৰে দাবী কৰি ফুৰে, অথচ অন্তৰত কুফৰ গোপন কৰি ৰাখে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الأعمال الصالحة يُكَفِّر الله بها الذنوب.
সৎকৰ্মৰ দ্বাৰা আল্লাহে গুনাহক প্ৰায়শ্চিত্ত কৰি দিয়ে।

• تأكُّد وجوب البر بالأبوين.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ তথা সদাচৰণ কৰা অনিবাৰ্য।

• الإيمان بالله يقتضي الصبر على الأذى في سبيله.
আল্লাহৰ প্ৰতি ঈমানৰ দাবী হৈছে, তেওঁৰ পথত অহা সকলো কষ্ট সহ্য কৰি ধৈৰ্য্য ধাৰণ কৰা।

• من سنَّ سُنَّة سيئة فعليه وزرها ووزر من عمل بها من غير أن ينقص من أوزارهم شيء.
যি ব্যক্তিয়ে কোনো কুঃপ্ৰথা আৰম্ভ কৰিব, সেই ব্যক্তিয়ে তাৰ গুনাহ নিশ্চয় পাব, কিন্তু তাৰোপৰি যিসকল লোকে সেই প্ৰথা অনুসৰি আমল কৰিব, সিহঁতৰ গুনাহো সি পাই থাকিব। কিন্তু অনুসৰণকাৰীসকলৰ গুনাহত একো হ্ৰাস নহ'ব।

 
የይዘት ትርጉም አንቀጽ: (11) ምዕራፍ: ሱረቱ አል ዐንከቡት
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት