የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
16 : 29

وَاِبْرٰهِیْمَ اِذْ قَالَ لِقَوْمِهِ اعْبُدُوا اللّٰهَ وَاتَّقُوْهُ ؕ— ذٰلِكُمْ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟

হে ৰাছুল! স্মৰণ কৰক ইব্ৰাহীম আলাইহিচ্ছালামৰ ঘটনা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃ তোমালোকে এক আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰি থাকি, কেৱল তেওঁৰেই ইবাদত কৰা, তথা তেওঁৰ শাস্তিক ভয় কৰা। তোমালোকৰ বাবে এই আদেশ অতি কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الأصنام لا تملك رزقًا، فلا تستحق العبادة.
মূৰ্ত্তিবোৰ যিহেতু জীৱিকাৰ মালিক নহয়, গতিকে সেইবোৰ কেতিয়াও ইবাদতৰ যোগ্য হ'ব নোৱাৰে। info

• طلب الرزق إنما يكون من الله الذي يملك الرزق.
একমাত্ৰ আল্লাহৰ ওচৰতেই জীৱিকা প্ৰাৰ্থনা কৰা উচিত, তেৱেঁই জীৱিকা প্ৰদানত সামৰ্থৱান। info

• بدء الخلق دليل على البعث.
প্ৰথমবাৰ সৃষ্টি কৰাটোৱে হৈছে পুনৰুত্থানৰ অকাট্য প্ৰমাণ। info

• دخول الجنة محرم على من مات على كفره.
কুফৰীৰ অৱস্থাত যি ব্যক্তিয়ে মৃত্যুবৰণ কৰিব, তাৰ ওপৰত জান্নাত হাৰাম। info